ETV Bharat / sports

আইচিচিৰ আচৰণ বিধি উলংঘা নৱদ্বীপ চাইনীৰ

author img

By

Published : Aug 5, 2019, 7:12 PM IST

আইচিচিৰ আচৰণ বিধি উলংঘা কৰাৰ অপৰাধত শাস্তিৰ সন্মুখীন হৈছে নৱদ্বীপ চাইনী ৷ নিকোলাছ পুৰাণৰ বিৰুদ্ধে আক্ৰমণাত্মক আচৰণ প্ৰদৰ্শন কৰিছিল চাইনীয়ে ৷

আইচিচিৰ আচৰণ বিধি উলংঘা নৱদ্বীপ চাইনীৰ

স্পৰ্টছ ডেস্ক, 5 আগষ্ট : ৱেষ্ট ইণ্ডিজৰ বাওঁহতীয়া বেটছমেন নিকোলাছ পুৰাণৰ বিৰুদ্ধে আক্ৰমণাত্মক আচৰণ প্ৰদৰ্শন কৰাৰ বাবে আইচিচিৰ তৰফৰ পৰা সতৰ্কবাণী লাভ কৰিছে ভাৰতৰ বেগী বলাৰ নৱদ্বীপ চাইনীয়ে ৷ ফ্ল'ৰিডাত অনুষ্ঠিত প্ৰথমখন টি - 20 মেচত পুৰাণৰ উইকেট দখলৰ পাছতে এনে আচৰণ প্ৰদৰ্শন কৰিছিল চাইনীয়ে ৷

ETV BHARAT ASSAM
আইচিচিৰ আচৰণ বিধি উলংঘা নৱদ্বীপ চাইনীৰ

উল্লেখ্য যে, চাইনীয়ে এই আচৰণ প্ৰদৰ্শন কৰি আইচিচি নিয়মাৱলীৰ 2.5 সংখ্যক দফা ভংগ কৰে ৷ এই দফা অনুসৰি, কোনো বেটছমেনক আউট কৰাৰ পাছত তেওঁৰ বিৰুদ্ধে আক্ৰমণাত্মক ভংগিমা প্ৰদৰ্শন কৰিলে সেই বলাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয় ৷

ইয়াৰ পাছতে চাইনীয়ে এই দোষ স্বীকাৰ কৰাৰ লগতে মেচ ৰেফাৰী জেফ ক্ৰ' আৰু আইচিচি এলিট পেনেলৰ মেচ ৰেফাৰীয়ে প্ৰদান কৰা শাস্তি গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, ইতিমধ্যে অনুষ্ঠিত হোৱা দুখনকৈ টি - 20 মেচত ভাৰতীয় দলে 2 - 0 ব্যৱধানত অগ্ৰগতি লৈছে ৷ তৃতীয়খন টি - 20 মেচ আগষ্টৰ 6 তাৰিখে গুৱানাত অনুষ্ঠিত হ'ব ৷

ICC FINES SAINI FOR USING ACTIONS AGAINST NICHOLAS POORAN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.