ETV Bharat / sports

গাভাস্কাৰ-গাংগুলীক প্ৰদান কৰা হ’ব সন্মানীয় সন্মান

বিচিচিআইৰ নৱ নিযুক্ত অধ্যক্ষ সৌৰভ গাংগুলী আৰু সুনীল গাভাস্কাৰলৈ সন্মানীয় সন্মান প্ৰদান কৰিব ইণ্ডিয়ান ক্ৰিকেটছ এশ্ব’ছিয়েচনে ৷

author img

By

Published : Oct 20, 2019, 7:05 PM IST

গাভাস্কাৰ-গাংগুলীক প্ৰদান কৰা হ’ব সন্মানীয় সন্মান

স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ: ইণ্ডিয়ান ক্ৰিকেটছ এশ্ব’ছিয়েচন চমুকৈ ICA য়ে বিচিচিআইৰ নৱ নিযুক্ত অধ্যক্ষ সৌৰভ গাংগুলী আৰু সুনীল গাভাস্কাৰলৈ প্ৰদান কৰিব ‘Honorary Membership’ ৰ সন্মান ৷ এই কথা সদৰী কৰিছে ইণ্ডিয়ান ক্ৰিকেটছ এশ্ব’ছিয়েচন মুখ্য সদস্য অশোক মলহোত্ৰাই ৷ দুয়োকে ইণ্ডিয়ান ক্ৰিকেটছ এশ্ব’ছিয়েচন Honorary Membership দিয়াৰ লগতে প্ৰাক্তন খেলুৱৈসকলক পেঞ্চনৰ বাবেও পুনৰ চিন্তা চৰ্চা কৰা হ’ব ৷

এই সন্দৰ্ভত অশোক মলহোত্ৰাই কয়, আমি গাভাস্কাৰ আৰু গাংগুলীক আই চি এছৰ সদস্য বনোৱাৰ বাবে আমন্ত্ৰিত কৰিম ৷ মহান খেলুৱৈ সকলক বাদ দি ক্ৰিকেট এশ্ব’ছিয়েচন কেনেকৈ হ’ব পাৰে ? বৰ্তমান গাংগুলী বিচিচিআইৰ অধ্যক্ষ গতিকে আমি তেওঁৰ উপস্থিতি কামনা কৰিছো ৷ নিয়মৰ পৰিপন্থী নহওক তাৰ বাবে Honorary Membership দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বৰ্তমান আই চি এত আছে 1500 জন সদস্য ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.