নিউজ ডেস্ক, ১৩ মাৰ্চ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ সুনীল গাভাস্কাৰে ইংলেণ্ড ক্ৰিকেট দলক আগন্তুক এদিনীয়া বিশ্বকাপৰ জয়ী হোৱাৰ প্ৰচুৰ সম্ভাৱনাময় দল বুলি ঘোষণাকৰিছে । ব্ৰিটিছ উচ্চায়ুক্তৰ বাসগৃহত উপস্থিত হৈ তেওঁ মন্তব্য কৰে যে বিশ্বকাপৰ ইতিহাস ফালি চালে দেখা যায় যে ২০১১ ত আয়োজক দেশ ভাৰত জয়ী হৈছিল, ২০১৫ ত আয়োজক অষ্ট্ৰেলিয়া আৰু এইবাৰো আয়োজক ইংলেণ্ডৰ জয়ী হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ।
বিশ্বকাপ ক্ৰিকেট জয়ৰ পূৰ্ণ সম্ভাৱনা ইংলেণ্ডৰ: গাভাস্কাৰ - ETV BHARAT
সুনীল গাভাস্কাৰে ইংলেণ্ড ক্ৰিকেট দলক আগন্তুক এদিনীয়া বিশ্বকাপৰ চেম্পিয়ন হোৱাৰ প্ৰচুৰ সম্ভাৱনাময় দল বুলি ঘোষণা
GAVASKAR
নিউজ ডেস্ক, ১৩ মাৰ্চ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ সুনীল গাভাস্কাৰে ইংলেণ্ড ক্ৰিকেট দলক আগন্তুক এদিনীয়া বিশ্বকাপৰ জয়ী হোৱাৰ প্ৰচুৰ সম্ভাৱনাময় দল বুলি ঘোষণাকৰিছে । ব্ৰিটিছ উচ্চায়ুক্তৰ বাসগৃহত উপস্থিত হৈ তেওঁ মন্তব্য কৰে যে বিশ্বকাপৰ ইতিহাস ফালি চালে দেখা যায় যে ২০১১ ত আয়োজক দেশ ভাৰত জয়ী হৈছিল, ২০১৫ ত আয়োজক অষ্ট্ৰেলিয়া আৰু এইবাৰো আয়োজক ইংলেণ্ডৰ জয়ী হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ।
GAVASKAR PICKS ENGLAND AS WORLD CUP FAVOURITES
বিশ্বকাপ ক্ৰিকেট জয়ৰ পূৰ্ণ সম্ভাৱনা ইংলেণ্ডৰ: গাভাস্কাৰ
নিউজ ডেস্ক, ১৩ মাৰ্চ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ সুনীল গাভাস্কাৰে ইংলেণ্ড ক্ৰিকেট দলক আগন্তুক এদিনীয়া বিশ্বকাপৰ জয়ী হোৱাৰ প্ৰচুৰ সম্ভাৱনাময় দল বুলি ঘোষনা কৰিছে । ব্ৰিটিছ উচ্চায়ুক্তৰ বাসগৃহত উপস্থিত হৈ তেওঁ মন্তব্য কৰে যে বিশ্বকাপৰ ইতিহাস ফালি চালে দেখা যায় যে ২০১১ ত আয়োজক দেশ ভাৰত জয়ী হৈছিল, ২০১৫ ত আয়োজক অষ্ট্ৰেলিয়া আৰু এইবাৰো আয়োজক ইংলেণ্ডৰ জয়ী হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ।