স্পৰ্টছ ডেস্ক, 15 মাৰ্চঃ শুকুৰবাৰে পুৱা নিউজিলেণ্ডত সংঘটিত হৈছে এক গুলীবৰ্ষণৰ ঘটনা ৷ য’ত নিহত হৈছে 9 জনকৈ লোক আৰু আহত হয় প্ৰায় 40 ৰ পৰা 50 জনতকৈও অধিক লোক ৷ বৰ্তমান লৈকে গুলীবৰ্ষণৰ ঘটনাৰ আঁৰত কোন আছে সেই সম্পৰ্কে জানিব পৰা হোৱা নাই ৷ ঘটনাটো ক্ৰিষ্টচাৰ্চৰ ওচৰত থকা এখন মচজিদত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ লক্ষ্যণীয় যে, যি সময়ত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে সেই সময়ত বাংলাদেশ ক্ৰিকেট দলটো সেই স্থানতে উপস্থিত আছিল ৷ অৱশ্যে গুলীবৰ্ষণৰ খবৰ পোৱাৰ লগে-লগে সেই স্থানৰ পৰা ততাতৈয়াকৈ বাংলাদেশৰ খেলুৱৈ সকলক সুৰক্ষিত ভাৱে সেই স্থানৰ পৰা লৈ অনা হয় ৷
Entire team got saved from active shooters!!! Frightening experience and please keep us in your prayers #christchurchMosqueAttack
— Tamim Iqbal Khan (@TamimOfficial28) March 15, 2019 " class="align-text-top noRightClick twitterSection" data="
">Entire team got saved from active shooters!!! Frightening experience and please keep us in your prayers #christchurchMosqueAttack
— Tamim Iqbal Khan (@TamimOfficial28) March 15, 2019Entire team got saved from active shooters!!! Frightening experience and please keep us in your prayers #christchurchMosqueAttack
— Tamim Iqbal Khan (@TamimOfficial28) March 15, 2019
উল্লেখ্য যে , 16 তাৰিখে বাংলাদেশ দলটোৱে এই স্থানতেই নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টত অৱতীৰ্ণ হ’ব ৷ এতিয়া এই ঘটনাৰ পিচত মেচখনক লৈ অনিশ্চিয়তাই বিৰাজ কৰিছে ৷ তিনি মেচৰ টেষ্ট শৃংখলাত ইতিমধ্যে 2-0 ৰে অগ্ৰগতি লৈ আছে নিউজিলেণ্ড দলটোৱে ৷
All members of the Bangladesh Cricket Team in Christchurch, are safely back in the hotel following the incident of shooting in the city.
— Bangladesh Cricket (@BCBtigers) March 15, 2019 " class="align-text-top noRightClick twitterSection" data="
The Bangladesh Cricket Board is in constant contact with the players and team management.#ChristchurchMosqueAttack pic.twitter.com/TTpIFxLp05
">All members of the Bangladesh Cricket Team in Christchurch, are safely back in the hotel following the incident of shooting in the city.
— Bangladesh Cricket (@BCBtigers) March 15, 2019
The Bangladesh Cricket Board is in constant contact with the players and team management.#ChristchurchMosqueAttack pic.twitter.com/TTpIFxLp05All members of the Bangladesh Cricket Team in Christchurch, are safely back in the hotel following the incident of shooting in the city.
— Bangladesh Cricket (@BCBtigers) March 15, 2019
The Bangladesh Cricket Board is in constant contact with the players and team management.#ChristchurchMosqueAttack pic.twitter.com/TTpIFxLp05