ETV Bharat / sports

নিউজিলেণ্ডৰ মছজিদত গুলীবৰ্ষণ, কথামপি প্ৰাণ ৰক্ষা বাংলাদেশৰ ক্ৰিকেট দলৰ

author img

By

Published : Mar 15, 2019, 10:10 AM IST

Updated : Mar 15, 2019, 10:37 AM IST

নিউজিলেণ্ডত গুলীবৰ্ষণৰ ঘটনা ৷ খ্ৰীষ্টচাৰ্চত অৱস্থিত মছজিদত সংঘটিত হৈছে গুলীবৰ্ষণ ৷ নিহত 9 জন ৷

মচজিদত গুলীবৰ্ষণ, সুৰক্ষিত বাংলাদেশ ক্ৰিকেট দল

স্পৰ্টছ ডেস্ক, 15 মাৰ্চঃ শুকুৰবাৰে পুৱা নিউজিলেণ্ডত সংঘটিত হৈছে এক গুলীবৰ্ষণৰ ঘটনা ৷ য’ত নিহত হৈছে 9 জনকৈ লোক আৰু আহত হয় প্ৰায় 40 ৰ পৰা 50 জনতকৈও অধিক লোক ৷ বৰ্তমান লৈকে গুলীবৰ্ষণৰ ঘটনাৰ আঁৰত কোন আছে সেই সম্পৰ্কে জানিব পৰা হোৱা নাই ৷ ঘটনাটো ক্ৰিষ্টচাৰ্চৰ ওচৰত থকা এখন মচজিদত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ লক্ষ্যণীয় যে, যি সময়ত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে সেই সময়ত বাংলাদেশ ক্ৰিকেট দলটো সেই স্থানতে উপস্থিত আছিল ৷ অৱশ্যে গুলীবৰ্ষণৰ খবৰ পোৱাৰ লগে-লগে সেই স্থানৰ পৰা ততাতৈয়াকৈ বাংলাদেশৰ খেলুৱৈ সকলক সুৰক্ষিত ভাৱে সেই স্থানৰ পৰা লৈ অনা হয় ৷

  • Entire team got saved from active shooters!!! Frightening experience and please keep us in your prayers #christchurchMosqueAttack

    — Tamim Iqbal Khan (@TamimOfficial28) March 15, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে , 16 তাৰিখে বাংলাদেশ দলটোৱে এই স্থানতেই নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টত অৱতীৰ্ণ হ’ব ৷ এতিয়া এই ঘটনাৰ পিচত মেচখনক লৈ অনিশ্চিয়তাই বিৰাজ কৰিছে ৷ তিনি মেচৰ টেষ্ট শৃংখলাত ইতিমধ্যে 2-0 ৰে অগ্ৰগতি লৈ আছে নিউজিলেণ্ড দলটোৱে ৷

  • All members of the Bangladesh Cricket Team in Christchurch, are safely back in the hotel following the incident of shooting in the city.

    The Bangladesh Cricket Board is in constant contact with the players and team management.#ChristchurchMosqueAttack pic.twitter.com/TTpIFxLp05

    — Bangladesh Cricket (@BCBtigers) March 15, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

Last Updated : Mar 15, 2019, 10:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.