স্পৰ্টছ ডেস্ক, 19 জুলাইঃ বানত জৰ্জৰিত এতিয়া অসম ৷ ৰাজ্যখনৰ 33 খন জিলাৰ 30 খন জিলাই এতিয়া জলমগ্ন ৷ বানৰ ফলত প্ৰভাৱিত হৈছে প্ৰায় 58 লাখ জনসাধাৰণ ৷ ইয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ বিধ্বংসী ৰূপ ৷ ফলত আলাই-আথানী হৈছে জীৱ-জন্তুৰ ৷
ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰতীয় ক্ৰিকেটাৰ ৷ টুইট যোগে প্ৰকাশ কৰিলে মনোভাৱ ৷ ছ’চিয়েল মিডিয়াত বিৰেন্দ্ৰ ছেহৱাগে কয়- অসম, বিহাৰ, উত্তৰ প্ৰদেশ, ত্ৰিপুৰা এতিয়া বানৰ কৱলত ৷ এয়াই সময় আমি এক গোট হৈ সকলো ৰাজ্যক সহায় কৰাৰ ৷
ৰোহিত শৰ্মাৰ টুইট - অসমৰ বান দেখা পাই দুখ অনুভৱ কৰিছো ৷ কাজিৰঙাৰ আশে-পাশে থকা সকলো লোকক মোৰ অনুগ্ৰহ সাৱধানেৰে আৰু লাহে-লাহে বাহন চলাব ৷ কাৰণ এই অসহায় জীৱ-জন্তুবোৰৰ থাকিবৰ বাবে এতিয়া ৰাস্তাৰ সলনি অন্য ঠাই নাই ৷
-
Devasted to see this. People of Assam near Kaziranga please drive safely and slowly as these beautiful animals have no where to go but on the roads 💔 praying hard for the rain to let up for them pic.twitter.com/1JkZwkiom8
— Rohit Sharma (@ImRo45) July 18, 2019 " class="align-text-top noRightClick twitterSection" data="
">Devasted to see this. People of Assam near Kaziranga please drive safely and slowly as these beautiful animals have no where to go but on the roads 💔 praying hard for the rain to let up for them pic.twitter.com/1JkZwkiom8
— Rohit Sharma (@ImRo45) July 18, 2019Devasted to see this. People of Assam near Kaziranga please drive safely and slowly as these beautiful animals have no where to go but on the roads 💔 praying hard for the rain to let up for them pic.twitter.com/1JkZwkiom8
— Rohit Sharma (@ImRo45) July 18, 2019
কোহলিয়ে কৈছে - অসমৰ বানৰ পৰিস্থিতিৰ কথা জানিবলৈ পাই মৰ্মাহত হৈছো ৷ মোৰ সমাবেদনা সকলো বানপীড়িত ৰাইজৰ সৈতে ৷
-
Heartbroken to hear the devastation caused by the floods in Assam. My thoughts and prayers go out to everyone affected out there. #PrayForAssam
— Virat Kohli (@imVkohli) July 18, 2019 " class="align-text-top noRightClick twitterSection" data="
">Heartbroken to hear the devastation caused by the floods in Assam. My thoughts and prayers go out to everyone affected out there. #PrayForAssam
— Virat Kohli (@imVkohli) July 18, 2019Heartbroken to hear the devastation caused by the floods in Assam. My thoughts and prayers go out to everyone affected out there. #PrayForAssam
— Virat Kohli (@imVkohli) July 18, 2019
ইৰফান পাঠানে কৈছে - অমস, উত্তৰ প্ৰদেশ, মিজোৰাম, ত্ৰিপুৰাৰ জনসাধাৰণৰ বাবে কেৱল সমাবেদনা নহয় কিছু সাহাৰ্যও প্ৰদান কৰক ৷
হৰভজন সিং টুইট কৰে - কৃপা কৰক ৷ অসম, বিহাৰ, উত্তৰ প্ৰদেশ, ত্ৰিপুৰা আৰু মিজোৰামৰ বানৰ স্থিতি এতিয়া অতি ভয়াৱহ ৷ এতিয়া এই ৰাজ্য সমূহক সহায়ৰ প্ৰয়োজন ৷ যিয়ে যি পাৰে সহায় কৰক ৷
ইপিনে ৰোহিতৰ টুইটক ৰি-টুইট কৰি আশ্বিনে লিখে- দেশৰ কৰবাত বান যদি কৰবাত খৰাং ৷ জীৱ-জন্তুৱে এতিয়া আশ্ৰয়ৰ বাবে সংঘৰ্ষ কৰিব লগা হৈছে ৷ তেওঁলোকে পূৰ্বেই অনুমান কৰিবলৈ সক্ষম ৷ ইয়াৰ পৰাই জীৱ শ্ৰেষ্ঠই বুজি লোৱা উচিত আমাৰো কেনে স্থিতি হ’ব ৷
কে.এল ৰাহুলে কয়, অসমৰ বান পৰিস্থিতি দেখা পায় হৃদয়ত আঘাত অনুভৱ কৰিছো ৷ মোৰ সমবেদনা বানপীড়িতলৈ ৷
-
Heart breaking to see the situation in Assam. Thoughts and prayers 🙏🏽#StayStrongAssam
— K L Rahul (@klrahul11) July 18, 2019 " class="align-text-top noRightClick twitterSection" data="
">Heart breaking to see the situation in Assam. Thoughts and prayers 🙏🏽#StayStrongAssam
— K L Rahul (@klrahul11) July 18, 2019Heart breaking to see the situation in Assam. Thoughts and prayers 🙏🏽#StayStrongAssam
— K L Rahul (@klrahul11) July 18, 2019
ইপিনে ৰাইনাই মুখ্যমন্ত্ৰী সাহাৰ্য কোষাগাৰৰ লিংক শ্বেয়াৰ কৰি কয়, অসম আৰু ভাৰতৰ অন্য প্ৰান্তত এতিয়া বানৰ সংহাৰী ৰূপ ৷ মোৰ সমবেদনা বানপীড়িতলৈ ৷ আমি সকলোৱে সন্মিলত হৈ এই দুৰ্যোগৰ মোকাবিলা কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সাহাৰ্য কোষাগাৰৰ লিংকটো শ্বেয়াৰ কৰে ৷ উল্লেখ্য যে, ভাৰতীয় এথলীট তথা অসম জীয়ৰী হিমা দাসে নিজৰ বেতনৰ অৰ্ধশতাংশ বানপীড়িতলৈ আগবঢ়াইছিল ৷
-
I have contributed my bit and requesting others also to please help people of Assam. #AssamFloods https://t.co/y7ml1EMGzG
— Hima MON JAI (@HimaDas8) July 16, 2019 " class="align-text-top noRightClick twitterSection" data="
">I have contributed my bit and requesting others also to please help people of Assam. #AssamFloods https://t.co/y7ml1EMGzG
— Hima MON JAI (@HimaDas8) July 16, 2019I have contributed my bit and requesting others also to please help people of Assam. #AssamFloods https://t.co/y7ml1EMGzG
— Hima MON JAI (@HimaDas8) July 16, 2019