ETV Bharat / sports

ধৰ্মশালাত উপস্থিত প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ - HPCA Stadium Dharamshala

ষ্টেডিয়াম নিৰিক্ষণৰ বাবে ভাৰতত আহি উপস্থিত হ’ল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ষ্টিভ ৱা ৷ খেলুৱৈগৰাকীক স্বাগতম হিমাচল প্ৰদেশ ক্ৰিকেট এশ্ব’চিয়েছনৰ ৷

ধৰ্মশালাত উপস্থিত প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ

author img

By

Published : Jan 25, 2020, 10:26 PM IST

স্পৰ্টছ ডেস্ক, 25 জানুৱাৰীঃ ধৰ্মশালাত উপস্থিত হ’ল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক তথা ক্ৰিকেটাৰ ষ্টিভ ৱা ৷ ধোলাধাৰৰ অঞ্চলত নিৰ্মাণ হৈ থকা এইজপিচিএ ষ্টেডিয়াম ধৰ্মশালাৰ নিৰিক্ষণৰ বাবে উপস্থিত হয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকী ৷ য’ত তেওঁক উষ্ম আদৰণি জনায় হিমাচলপ্ৰদেশ ক্ৰিকেট এশ্ব’চিয়েছনে ৷ ধৰ্মশালা ষ্টেডিয়াম পৰিদৰ্শন কৰি একাদেমীৰ মহিলা ক্ৰিকেটাৰ সকলৰ সৈতে ক্ৰিকেটটো খেলে ষ্টিভ ৱায়ে ৷

উল্লেখ্য যে, ষ্টিভ ৱায়ে স্পিৰিট অফ ক্ৰিকেট নামৰ এখন কিতাপৰ ওপৰত কাম কৰি আছে ৷ যাৰ বাবে এইজপিচিএৰ মহিলা খেলুৱৈৰ সৈতে অতৰংগ কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ৷ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ লগত উপস্থিত থাকে এইজপিচিএৰ সচিব কুমাৰ শৰ্মা, সঞ্জয় শৰ্মা ৷

ধৰ্মশালাত ষ্টিভ ৱা
ধৰ্মশালাত ষ্টিভ ৱা

বৰ্তমান খেলুৱৈগৰাকীয়ে এখন বিশ্ব ক্ৰিকেটৰ ওপৰত ছবি নিৰ্মাণত ব্যস্ত ৷ যাৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ভাৰতৰ বিভিন্ন ক্ৰিকেট ষ্টেডিয়ামৰ পৰিদৰ্শন কৰি আছে ৷ ষ্টিভ ৱায়ে বৰ্তমানলৈকে ভাৰতৰ মুম্বাই, দিল্লীৰ লগতে অন্য ষ্টেডিয়ামলৈ পৰিদৰ্শন কৰিছে ৷ প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটগৰাকীয়ে বৰ্তমালৈকে ছবিখনৰ নাম আৰু বিষয়বস্তু প্ৰকাশ কৰা নাই যদিও মহিলা খেলুৱৈৰ ওপৰত বুলি অনুমান কৰা হৈছে ৷

লগতে চাওক- ‘‘অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰা আমাৰ কৰ্তব্য’’ প্ৰতিবাদৰ নামত জেএনইউৰ ছাত্ৰৰ মন্তব্য

Intro:धर्मशाला- धर्मशाला की खुबशुरत वादियों में
ऑस्ट्रेलियाई क्रिकेट टीम के पूर्व कप्तान स्टीव वॉ धर्मशाला पहुंचे हैं। वही स्टीव वॉ ने धौलाधार के आंचल में बने एचपीसीए स्टेडियम धर्मशाला का जायजा लिया। एचपीसीए प्रबंधक ने स्टीव वॉ का स्वागत किया। उसके बाद धर्मशाला स्टेडियम का निरीक्षण किया। उन्होंने एचपीसीए अकादमी की महिला क्रिकेट खिलाड़ियों के साथ क्रिकेट खेला।

Body:स्टीव वॉ स्पिरिट ऑफ क्रिकेट पुस्तक के लिए लिखते हैं। इसके चलते वह एचपीसीए की महिला खिलाड़ियों के साथ रूबरू होने आए हैं। इस मौके पर एचपीसीए के सचिव सुमित कुमार शर्मा, संजय शर्मा मौजूद रहे। स्टीव वॉ विश्व क्रिकेट पर एक लघु फिल्म के प्रोजेक्ट पर भी काम कर रहे हैं।
Conclusion:जिसके लिए पूर्व क्रिकेटर स्टीव वॉ भारत सहित दुनिया के विभिन्न क्रिकेट स्टेडियमों को दौरा भी कर रहे हैं। भारत में मुंबई, दिल्ली सहित अन्य स्टेडियमों में दौरा कर चुके हैं। लघु फिल्म के नाम और थीम को अभी सार्वजनिक नहीं किया गया है, लेकिन बताया जा रहा है महिला क्रिकेट को लेकर विशेष तौर पर लघु फिल्म में उल्लेख किया जाएगा। वर्ष के अंत तक लघु फिल्म आने की संभावना है।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.