স্পৰ্টছ ডেস্ক, ৮ মাৰ্চঃ উল্লেখ্য যে, অহা ১৭ মাৰ্চত কাৰাচীত অনুষ্ঠিত হ'বলগীয়া পিএছএলৰ ফাইনেলত বিচিচিআইৰৰ কাৰ্যনিৰ্বাহক অধ্যক্ষ চি.কে খান্না আৰু আই চি চিৰ চেয়াৰমেন শশাংক মনোহৰক উপস্থিত থকাৰ নিমন্ত্ৰণ দিছিল পাকিস্তান ক্ৰিকেট বৰ্ডে । কিন্তু দুয়ো ব্যক্তিগত কাৰণত এই ফাইনেলত উপস্থিত নাথাকে বুলি জানিবলৈ দিয়ে পাকিস্তান ক্ৰিকেট বৰ্ডৰ অধ্যক্ষই । অৱশ্যে এই ফাইনেল মেচখনত আই চি চিৰ মুখ্য কাৰ্যকাৰী বিষয়া ডেভ ৰিছাৰ্ডচন উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে পাকিস্তান ক্ৰিকেট বৰ্ডে ।
বিচিচিআইয়ে নাকচ কৰিলে পিচিবিৰ প্ৰস্তাৱ - পিএছএল
ভাৰত-পাকিস্তানৰ মাজত চলি থকা বিবাদৰ বাবেই পাকিস্তান ক্ৰিকেট বৰ্ডে দিয়া প্ৰস্তাৱ নাকচ কৰিলে বিচিচিআইয়ে