ETV Bharat / sports

কৰ'ণা আতংক : ঘৰুৱা ছিজন স্থগিত ৰখাৰ সিদ্ধান্ত বিচিচিআইৰ - বিচিচিআইৰ ঘৰুৱা ছিজন স্থগিত

কৰ'ণাভাইৰাছৰ বাবে স্থগিত হ'ল বহুসংখ্যক ঘৰুৱা ছিজন ৷ এই ঘোষণা বিচিচিআইৰ ৷

বিচিচিআইৰ ঘোষণা
স্থগিত ঘৰুৱা ছিজন
author img

By

Published : Mar 14, 2020, 11:51 PM IST

স্পৰ্টছ ডেস্ক, 14 মাৰ্চ : কৰ'ণাভাইৰাছৰ আতংকৰ পৰিপেক্ষিতত ঘৰুৱা ছিজনৰ মেচসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট বৰ্ডে(বিচিচিআই) ৷

বৰ্ডে এক বিবৃতিত জানিবলৈ দিয়ে, "কৰ'ণাভাইৰাছৰ ঘটনা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে শনিবাৰে ঘোষণা কৰে যে, "Paytm Irani Cup ৰ সকলো মেচ, Vizzy Trophy, Women Under 19 One-Day knockout আৰু বহুসংখ্যক মেচ স্থগিত কৰা হৈছে ৷"

স্থগিত ঘৰুৱা ছিজন
বিচিচিআইৰ ঘোষণা

কৰ'ণাভাইৰাছৰ ত্ৰাসৰ বাবে দেশৰ ক্ৰীড়া কেলেণ্ডাৰত বহু খেলিমেলি হোৱা পৰিলক্ষিত হ'ল ৷

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া ক্ৰিকেট মেচ বাতিল হোৱাৰ লগতে আইপিএলৰ মেচ 15 এপ্ৰিললৈ স্থগিত ৰখা হ'ল ৷

বিচিচিআইৰ ঘোষণা
স্থগিত ঘৰুৱা ছিজন

ইয়াৰোপৰি, যিসমূহ মেচ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই মেচসমূহত জনশূন্য ষ্টেডিয়াম পৰিলক্ষিত হ'ব ৷ ৰঞ্জী ট্ৰফীৰ বেংগল আৰু সৌৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হ'বলগা মেচত দৰ্শকৰ উপস্থিতিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

আৰু পঢ়ক : কৰ’ণা আতংকঃ বাতিল হ’ল আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ বাবে দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.