ETV Bharat / sports

কাইলৈ হাস্পতালৰ পৰা মুক্তি লাভ কৰিব বিচিচিআইৰ সভাপতি গাংগুলীয়ে

6 জানুৱাৰীত হাস্পতালৰ পৰা মুক্তি লাভ কৰিব বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে ৷ হৃদৰোগ বিশেষজ্ঞ দেৱী চেট্টীয়ে ঘোষণা কৰে এই কথা ৷

author img

By

Published : Jan 5, 2021, 1:20 PM IST

কাইলৈ হাস্পতালৰ পৰা মুক্তি লাভ কৰিব বিচিচিআইৰ সভাপতি গাংগুলীয়ে
কাইলৈ হাস্পতালৰ পৰা মুক্তি লাভ কৰিব বিচিচিআইৰ সভাপতি গাংগুলীয়ে

স্পৰ্টছ ডেস্ক, 5 জানুৱাৰী : 6 জানুৱাৰী অৰ্থাৎ কাইলৈ হাস্পতালৰ পৰা মুক্তি লাভ কৰিব প্ৰাক্তন ক্ৰিকেটাৰ তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে ৷ এই কথা ঘোষণা কৰে দেশৰ শীৰ্ষ হৃদৰোগ বিশেষজ্ঞ দেৱী চেট্টীয়ে ৷

দেশৰ শীৰ্ষ হৃদৰোগ বিশেষজ্ঞ
দেৱী চেট্টী

দেৱী চেট্টীয়ে কয়, "সৌৰভ গাংগুলীৰ বৰ্তমান স্বাস্থ্য সুস্থ ৷ তেওঁৰ হৃদযন্ত্ৰও সম্পূৰ্ণ সুস্থ হৈ উঠিছে ৷"

দেশৰ শীৰ্ষ হৃদৰোগ বিশেষজ্ঞ
দেৱী চেট্টী

উল্লেখ্য যে, হৃদৰোগত আক্ৰান্ত হোৱা বাবে গাংগুলীৰ এঞ্জিঅ'প্লাষ্টী কৰা হৈছিল ৷ মঙলবাৰৰ দিনা সৌৰভ গাংগুলীৰ স্বাস্থ্য সম্পৰ্কত বুজ ল'বৰ বাবে 9 জনীয়া এক চিকিৎসকৰ দলক সাক্ষাৎ কৰিবলৈ কলকাতাত উপস্থিত হৈছিল দেৱী চেট্টী ৷ ইয়াৰ পাচতে তেওঁ গাংগুলীৰ স্বাস্থ্য পৰীক্ষণ কৰি 6 জানুৱাৰীত হাস্পতালৰ পৰা মুক্তি দিয়া হ'ব বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক : ভাৰতীয় দলৰ জাৰ্ছী পৰিধান কৰি প্ৰত্যাহ্বানৰ বাবে সাজু টি. নটৰাজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.