ETV Bharat / sports

নিউজিলেণ্ড ভ্ৰমণৰত ভাৰতীয় দল ঘোষণা বিচিচিআইৰ - বিচিচিআইয়ে ঘোষণা কৰিলে নিউজিলেণ্ড ভ্ৰমণৰত ভাৰতীয় দল

বিচিচিআইয়ে ঘোষণা কৰিলে নিউজিলেণ্ড ভ্ৰমণ কৰিবলগা ভাৰতীয় দলৰ ৷ দেওবাৰে ঘোষণা কৰা হয় এই 16 জনীয়া দলৰ ৷

নিউজিলেণ্ড ভ্ৰমণৰত ভাৰতীয় দল ঘোষণা
বিচিচিআই
author img

By

Published : Jan 13, 2020, 8:35 PM IST

স্পৰ্টছ ডেস্ক, 13 জানুৱাৰী : দেওবাৰে ভাৰতীয় ক্ৰিকেট বৰ্ডে (বিচিচিআই) ঘোষণা কৰিলে নিউজিলেণ্ড ভ্ৰমণ কৰিবলগা 16 জনীয়া ভাৰতীয় দলৰ ৷

  • India's T20I squad for NZ tour announced: Virat Kohli (C), Rohit Sharma (VC), KL Rahul, S Dhawan, Shreyas Iyer, Manish Pandey, Rishabh Pant (WK), Shivam Dube, Kuldeep Yadav, Yuzvendra Chahal, W Sundar, Jasprit Bumrah, Mohd. Shami, Navdeep Saini, Ravindra Jadeja, Shardul Thakur

    — BCCI (@BCCI) January 12, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত বিৰতি গ্ৰহণ কৰাৰ পাচত দললৈ উভতি আহিছে ৰোহিত শৰ্মা আৰু মহম্মদ ছামী ৷ কিন্তু দলটোৰ পৰা বাদ পৰিছে উইকেট কীপাৰ বেটছমেন সঞ্জু ছেমচন ৷ উল্লেখ্য যে, 5 বছৰৰ অন্তত দললৈ প্ৰত্যাৱৰ্তন ঘটোৱা ছেমচনে শ্ৰীলংকাৰ বিৰুদ্ধে সদ্যসমাপ্ত টি-20 শৃংখলাৰ অন্তিম মেচত ছয় ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷
নিউজিলেণ্ড ভ্ৰমণৰত ভাৰতীয় দল ঘোষণা
ৰোহিত শৰ্মা

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলা অন্ত পৰাৰ লগে লগে ভাৰতীয় দলে 20 জানুৱাৰীত নিউজিলেণ্ডলৈ উৰা মাৰিব ৷ উল্লেখ্য যে, নিউজিলেণ্ডত ভাৰতীয় দলে পাঁচখন টি-20, তিনিখন এদিনীয়া আৰু দুখন টেষ্ট মেচৰ লগতে এখন প্ৰস্তুতি মেচত অংশগ্ৰহণ কৰিব ৷ 24 জানুৱাৰীত অকলেণ্ডত ভাৰতীয় দলে প্ৰথমখন টি-20 ত অংশগ্ৰহণ কৰিব ৷

শ্ৰীলংকাৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন আগবঢ়োৱা মনিশ পাণ্ডে, শিৱম ডুৱে, ৱাশ্বিংটন সুন্দৰ আৰু নৱদ্বীপ ছাইনীয়ে 16 জনীয়া দলত স্থান লাভ কৰিছে ৷

নিউজিলেণ্ড ভ্ৰমণৰত ভাৰতীয় দলৰ সদস্যসকল : বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা (সহ-অধিনায়ক), কে. এল. ৰাহুল, শিখৰ ধাৱান, শ্ৰেয়াস আয়াৰ, মনিশ পাণ্ডে, ঋষভ পন্ত(উইকেট কীপাৰ), শিৱম ডুৱে, কুলদীপ যাদৱ, য়ুজবেন্দ্ৰ ছাহাল, ৱাশ্বিংটন সুন্দৰ, জছপ্ৰীত বুমৰাহ, মহম্মদ ছামী, নৱদ্বীপ ছাইনী, ৰবীন্দ্ৰ জাদেজা, শাৰদুল ঠাকুৰ ৷

আৰু পঢ়ক : কোচবিহাৰ ট্ৰফী ক্ৰিকেট টু্ৰ্ণামেন্টত অসমৰ হাতত পৰাস্ত উৰিষ্যা

Intro:Body:

Mumbai: BCCI on Sunday announced a 16-member T20I squad for India's upcoming New Zealand tour.  

Rohit Sharma and Mohammed Shami returned to the squad after they were given break following India's home series against West Indies. 

Meanwhile, wicket-keeper batsman Sanju Samson has been dropped from the team following his one-match stint with the Men in Blue.

The Indian contingent will leave for New Zealand on January 20 after the end of three-match home ODI series against Australia. 

India will play five T20Is, three ODIs, two Tests and a practice match in New Zealand. 

The first T20I of the series will be played on January 24 at Auckland. 

Players like Manish Pandey, Shivam Dube, Washington Sundar and Navdeep Saini, who bowled some terrific spells in the recently concluded series against Sri Lanka, maintained their places in the team. 

India's T20I squad for NZ tour announced: Virat Kohli (C), Rohit Sharma (VC), KL Rahul, S Dhawan, Shreyas Iyer, Manish Pandey, Rishabh Pant (WK), Shivam Dube, Kuldeep Yadav, Yuzvendra Chahal, W Sundar, Jasprit Bumrah, Mohd. Shami, Navdeep Saini, Ravindra Jadeja, Shardul Thakur

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.