ETV Bharat / sports

19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দলৰ - 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় ক্ৰিকেট দলৰ

2020ত অনুষ্ঠিত হ’বলগীয়া 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় ক্ৰিকেট দলৰ ৷ প্ৰিয়ম গাৰ্গক দলৰ অধিনায়কৰ দায়িত্ব ৷

19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দলৰ

author img

By

Published : Dec 2, 2019, 2:59 PM IST

স্পৰ্টছ ডেস্ক, 2 ডিচেম্বৰ: আগন্তুক বৰ্ষত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দলৰ ৷ সোমবাৰে 15 জনীয়া সদস্যৰ দল ঘোষণা কৰে বিচিচিআইয়ে ৷ দক্ষিণ আফ্ৰিকাৰ ভূমিত 17 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰী লৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ ৷ চাৰিবাৰৰ বিশ্ব চেম্পিয়ন ভাৰতীয় দলটোৰ নেতৃত্ব লাভ কৰিছে উত্তৰ প্ৰদেশৰ খেলুৱৈ প্ৰিয়ম গাৰ্গে ৷ আনহাতে সহঃঅধিনায়কৰ দায়িত্ব লাভ কৰিছে ধ্ৰুৱ চন্দ জ্যুৰেলে ৷

ঘোষণা 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ভাৰতীয় দলৰ

এই প্ৰতিযোগিতাত বিশ্ব ক্ৰিকেটৰ মুঠ 16 খন দেশ অংশ গ্ৰহণ কৰিব ৷ চাৰিটা ভাগত বিভক্ত কৰা হ’ব দল সমূহক ৷ ‘গ্ৰুপ এ’ ত ভাৰতীয় দলটোৰ লগতে আছে জাপান, নিউজিলেণ্ড আৰু শ্ৰীলংকা

ঘোষিত হোৱা ভাৰতীয় দলটোত আছে- প্ৰিয়ম গাৰ্গ (অধিনায়ক), ধ্ৰুৱ চন্দ জ্যুৰেল (সহঃঅধিনায়ক, উইকেটকীপাৰ), যশ্বসবী জয়ছোৱাল, তিলক বাৰ্মা, দিব্যাঞ্চ সক্সেনা, শাশ্বন্ত ৰাৱত, দিব্যাঞ্চ জ’ছী, শুভাংগ হেগড়ে, ৰবি বিশ্ন’ই, আকাশ সিং, কাৰ্তিক ত্যাগি, অৰ্থব অংক্লেকাৰ, সুশান্ত মিশ্ৰা আৰু বিদ্যাধৰ পাটিল

লগতে চাওক-আজি প্ৰদান কৰা হ’ব ‘বেলন ডিঅ’ৰৰ 2019’ ৰ খিতাপ

Dear Bishnu,
Please compile the report from CMS and send it to me.
Regards.

---------- Forwarded message ---------
From: Radha Krishna Veerla <radhakrishna.veerla@etvbharat.com>
Date: Mon, Dec 2, 2019 at 10:01 AM
Subject: Reminder 1 - Monthly Desk Performance Report - November 2019
To: Mrinal Das <mrinal.das@etvbharat.com>, BISWANATH PRAHARAJ RAJAGURU <rajguru.bp@etvbharat.com>, SARADA LAHANGIR <sarada.lahangir@etvbharat.com>, Dipankar Bose <dipankar.bose@etvbharat.com>, Biswajit Chatterjee <biswajit.chatterjee@etvbharat.com>
Cc: Dipankar Choudhury <dipankar.c@etv.co.in>, Partha Pratim Ghosh Roy <partha.pratim@etvbharat.com>, Sridhar P <sridhar.p@etvbharat.com>, bindupriya gummala <bindupriya.gummala@etvbharat.com>

Dear State Heads,

I request you to please send the respective Monthly Desk Performance Report for the month of November 2019 by end of this day.
--
Thanks & Regards
Radha Krishna Veerla
Sr Executive - HR
ETV Bharat

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.