স্পৰ্টছ ডেস্ক, 29 ডিচেম্বৰ : দ্বিতীয় টেষ্টত 200 ৰাণত দ্বিতীয় ইনিংছ সামৰিলে অষ্ট্ৰেলিয়া দলে ৷ বৰ্তমান ভাৰতক জয়ৰ বাবে প্ৰয়োজন 70 ৰাণৰ ৷ এই মেচত জয়ী হ'লে ভাৰতে 4 খনীয়া শৃংখলাত 1-1 ত সমতা স্থাপন কৰিবলৈ সক্ষম হ'ব ৷
-
Australia have been bowled out for 200 ☝️
— ICC (@ICC) December 29, 2020 " class="align-text-top noRightClick twitterSection" data="
🇮🇳 R Ashwin takes the final wicket as Josh Hazlewood shoulders arms! India are faced with a modest target to level the series!#AUSvIND SCORECARD ▶️ https://t.co/bcDsS3qmgl pic.twitter.com/BLszEfWyBh
">Australia have been bowled out for 200 ☝️
— ICC (@ICC) December 29, 2020
🇮🇳 R Ashwin takes the final wicket as Josh Hazlewood shoulders arms! India are faced with a modest target to level the series!#AUSvIND SCORECARD ▶️ https://t.co/bcDsS3qmgl pic.twitter.com/BLszEfWyBhAustralia have been bowled out for 200 ☝️
— ICC (@ICC) December 29, 2020
🇮🇳 R Ashwin takes the final wicket as Josh Hazlewood shoulders arms! India are faced with a modest target to level the series!#AUSvIND SCORECARD ▶️ https://t.co/bcDsS3qmgl pic.twitter.com/BLszEfWyBh
অষ্ট্ৰেলিয়া অল আউট হোৱাৰ ফলত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাচতে ভাৰতে দ্বিতীয় ইনিংছৰ বেটিং আৰম্ভ কৰিব ৷
উল্লেখ্য যে, প্ৰথম ইনিংছত ভাৰতীয় দলে 131 ৰাণৰ অগ্ৰগতি লাভ কৰিছিল ৷ ভাৰতৰ হৈ অধিনায়ক আজিংকা ৰাহানেই 112 ৰাণ সংগ্ৰহ কৰাৰ লগতে ৰবীন্দ্ৰ জাদেজাই সংগ্ৰহ কৰিছিল 57 ৰাণ ৷ ফলত ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল 326 ৰাণ ৷
সপ্তম উইকেটৰ যুটীত গ্ৰীন আৰু পেট কামিনছে 57 ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে ৷ ইয়াৰ কিছু সময় পাচতে এই পাৰ্টনাৰশ্বিপ ভংগ হয় ৷
ভাৰতৰ হৈ অভিষেককাৰী মহম্মদ ছিৰাজে 37 ৰাণত 3 টা উইকেট আৰু জছপ্ৰীত বুমৰাহে 54 ৰাণত 2 টা উইকেট দখল কৰে ৷ আনহাতে, ৰবীন্দ্ৰ জাদেজাই 2 টা আৰু ৰবীচন্দ্ৰন অশ্বিনে দখল কৰে 2 টা উইকেট ৷
লগতে পঢ়ক : অমিত শ্বাহৰে সাক্ষাতৰ জল্পনা-কল্পনাক নাকচ সৌৰভ গাংগুলীৰ