ETV Bharat / sports

ভাৰত বনাম অষ্ট্ৰেলিয়া : শৃংখলাৰ পৰা বাহিৰ কে. এল. ৰাহুল

ভাৰত বনাম অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাৰ পৰৱৰ্তী দুখন টেষ্টৰ পৰা বাহিৰ হ'ল কে. এল. ৰাহুল ৷ অনুশীলনৰ সময়ত হাতৰ গাঁঠিত আঘাতপ্ৰাপ্ত হৈছিল ৰাহুল ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া
শৃংখলাৰ পৰা বাহিৰ কে. এল. ৰাহুল
author img

By

Published : Jan 5, 2021, 12:08 PM IST

স্পৰ্টছ ডেস্ক, 5 জানুৱাৰী : চলিত বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ পৰা বাহিৰ হৈছে ভাৰতৰ অপেনিং বেটছমেন কে. এল. ৰাহুল ৷ সোঁহতীয়া বেটছমেনগৰাকীয়ে শনিবাৰৰ দিনা অনুশীলনৰ সময়ত বাঁওহাতৰ গাঁঠিত আঘাতপ্ৰাপ্ত হৈছিল ৷

এই আঘাতৰ পৰা মুক্ত হ'বৰ বাবে যিহেতু তিনি সপ্তাহৰ প্ৰয়োজন হ'ব সেয়েহে পৰৱৰ্তী দুখন মেচৰ পৰা বাহিৰত থাকিব উইকেট-কীপাৰ বেটছমেনগৰাকী ৷

এতিয়া তেওঁ দেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ লগতে বাংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত চিকিৎসাৰ বাবে যাব ৷

লগতে পঢ়ক : ট‘কিঅ অলম্পিকলৈ মাজত মাত্ৰ 200 দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.