স্পৰ্টছ ডেস্ক, 28 ডিচেম্বৰ : দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত চাহ বিৰতি পৰ্যন্ত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছে 2 উইকেট হেৰুৱাই 65 ৰাণ ৷ অষ্ট্ৰেলিয়াই জ' বাৰ্ণছ আৰু মাৰ্নাছ লাবুছেইনৰ উইকেট হেৰুৱাইছে ৷
-
It's Tea on Day 3 of the 2nd #AUSvIND Test!
— BCCI (@BCCI) December 28, 2020 " class="align-text-top noRightClick twitterSection" data="
2⃣ wickets for #TeamIndia
6⃣5⃣ runs for Australia
The final session of the day to commence shortly.
Scorecard 👉 https://t.co/lyjpjyeMX5 pic.twitter.com/AUj3jwIUNs
">It's Tea on Day 3 of the 2nd #AUSvIND Test!
— BCCI (@BCCI) December 28, 2020
2⃣ wickets for #TeamIndia
6⃣5⃣ runs for Australia
The final session of the day to commence shortly.
Scorecard 👉 https://t.co/lyjpjyeMX5 pic.twitter.com/AUj3jwIUNsIt's Tea on Day 3 of the 2nd #AUSvIND Test!
— BCCI (@BCCI) December 28, 2020
2⃣ wickets for #TeamIndia
6⃣5⃣ runs for Australia
The final session of the day to commence shortly.
Scorecard 👉 https://t.co/lyjpjyeMX5 pic.twitter.com/AUj3jwIUNs
ইয়াৰ পূৰ্বে ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰে 326 ৰাণ ৷ অধিনায়ক আজিংকা ৰাহানেৰ 112 আৰু ৰবীন্দ্ৰ জাদেজাৰ 57 ৰাণৰ জৰিয়তে ভাৰতীয় দলে 131 ৰাণৰ অগ্ৰগতি লাভ কৰি প্ৰথম ইনিংছৰ সমাপ্তি কৰে ৷
উমেশ যাদৱৰ বলত বাৰ্ণছে 4 ৰাণ কৰি উইকেট হেৰুৱায় ৷ কিন্তু ইয়াৰ পাচতে আঁঠুত আঘাত লাভ কৰি 3.3 অ'ভাৰ বলি কৰি খেলপথাৰ ত্যাগ কৰে যাদৱে ৷
ৰবীচন্দ্ৰন অশ্বিনৰ বলত উইকেট হেৰুৱাই লাবুছেইনে (28) ৷ বৰ্তমান ঘৰুৱা দলটো 66 ৰাণত পিছপৰি আছে ৷ মেথিউ ৱেড (89 বলত 27 ৰাণ) আৰু ষ্টিভ স্মিথে (20 বলত 6 ৰাণ) বৰ্তমান বেটিং কৰি আছে ৷
লগতে পঢ়ক : স্কেটিঙত বেলাগাবীৰ কিশোৰৰ গীনিজ ৰেকৰ্ড