ETV Bharat / sports

অশ্বিনৰ কৰ্মই তেওঁৰ পৰিচয় দিয়েঃ পেডী আপটন

পাঞ্জাৱ একাদশৰ অধিনায়ক আৰ. অশ্বিনৰ "মানকাড" সম্পৰ্কত ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক

MANKADING IN IPL
author img

By

Published : Mar 26, 2019, 2:50 PM IST

নিউজ ডেস্ক, 26 মাৰ্চঃৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক পেডী আপটনে শেহতীয়াকৈ মন্তব্য কৰিছে পাঞ্জাৱ একাদশৰ অধিনায়ক আৰ. অশ্বিনৰ "মানকাড" সম্পৰ্কত ৷ আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা এই ঘটনাক সকলোৱে গৰিহণাদিয়াৰ সময়তে মুখ খুলিছে প্ৰশিক্ষক গৰাকীয়েও ৷ পেডী আপটনে জনায় যে, অশ্বিনৰ কৰ্মই তেওঁৰ পৰিচয় ৷ ক্ৰিকেট যিহেতু মনোৰঞ্জনৰ খেল সেয়েহে ক্ৰিকেটাৰ সকলৰ কাম সকলোকে মনোৰঞ্জন দিয়া বুলিও উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে ৷

উল্লেখ্য যে, সোমবাৰে অনুষ্ঠিত চতুৰ্থখন আই পি এল মেচত পাঞ্জাৱ একাদশৰ অধিনায়ক আৰ. অশ্বিনে চাঞ্চল্য সৃষ্টিকাৰী "মানকাড" পদ্ধতিৰে ৰাজস্থান ৰয়েলছৰ জ'ছ বাটলাৰক আউট কৰে ৷ মানকাড হৈছে এনে এটা পদ্ধতি যাৰ জৰিয়তে বলাৰজনে বল কৰাৰ সময়ত ক্ৰিজৰ পৰা বাহিৰ হৈ যোৱা নন ষ্ট্ৰাইকাৰ এণ্ডৰ বেট্ছমেন জনৰ ষ্টাম্প উফৰাই আউট কৰিবলৈ সক্ষম হয় ৷ এই পদ্ধতি সম্পূৰ্ণ বৈধ হ'লেও ক্ৰিকেট জগতত এই পদ্ধতিক খেলুৱৈসুলভ বুলি মানি লোৱা নহয় ৷

ASHWINS ACTIONS SPEAK FOR HIM: RR COACH

অশ্বিনৰ কৰ্মই তেওঁৰ পৰিচয় দিয়ে: পেডী আপটন
  
নিউজ ডেস্ক, 26 মাৰ্চ: ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক পেডী আপটনে শেহতীয়াকৈ মন্তব্য কৰিছে পাঞ্জাৱ একাদশৰ অধিনায়ক আৰ. অশ্বিনৰ "মানকাড" সম্পৰ্কত ৷   আইপিএল ইতিহাসত প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা এই ঘটনাক সকলোৱে গৰিহনা দিয়াৰ সময়তে মুখ খুলিছে প্ৰশিক্ষক গৰাকীয়েও ৷ পেডী আপটনে জনায় যে, অশ্বিনৰ কৰ্মই তেওঁৰ পৰিচয় ৷ ক্ৰিকেট যিহেতু মনোৰঞ্জনৰ খেল সেয়েহে ক্ৰিকেটাৰ সকলৰ কাম সকলোকে মনোৰঞ্জন দিয়া বুলিও উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে ৷ 

উল্লেখ্য যে, সোমবাৰে অনুষ্ঠিত চতুৰ্থ খন আইপিএল মেচত পাঞ্জাৱ একাদশৰ অধিনায়ক আৰ. অশ্বিনে চাঞ্চল্য সৃষ্টিকাৰী "মানকাড" পদ্ধতিৰে ৰাজস্থান ৰয়েলছৰ জ'ছ বাটলাৰক আউট কৰে ৷ মানকাড হৈছে এনে এটা পদ্ধতি যাৰ জৰিয়তে বলাৰজনে বল কৰাৰ সময়ত ক্ৰিজৰ পৰা বাহিৰ হৈ যোৱা নন ষ্ট্ৰাইকাৰ এণ্ডৰ বেট্ছমেন জনৰ ষ্টাম্প উফৰাই আউট কৰিবলৈ সক্ষম হয় ৷ এই পদ্ধতি সম্পূৰ্ণ বৈধ হ'লেও ক্ৰিকেট জগতত এই পদ্ধতিক খেলুৱৈসুলভ বুলি মানি লোৱা নহয় ৷ 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.