ETV Bharat / sports

আশ্বিনৰ নতুন কৃতিত্ব, মুৰলীধৰণৰ বিশ্ব অভিলেখৰ সমপৰ্যায়ৰ

author img

By

Published : Oct 6, 2019, 2:11 PM IST

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এক নতুন কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ অফ স্পিনাৰ ৰবিচন্দ্ৰন আশ্বিনে ৷ বিশাখাপট্টনমত 350 টা উইকেট লোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হৈছে আশ্বিন ৷

আশ্বিনৰ নতুন কৃতিত্ব, মুৰলীধৰণৰ বিশ্ব অভিলেখৰ সমপৰ্যায়

স্পৰ্টছ ডেস্ক, 6 অক্টোবৰঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এক নতুন অভিলেখ ৰবিচন্দ্ৰন আশ্বিনৰ ৷ থি্য়ুনিছ ডী ব্ৰুইনক উইকেট দখল কৰিয়ে টেষ্ট ক্ৰিকেটত 350 টা উইকেট সম্পূৰ্ণ কৰিল আশ্বিনে ৷

350 টা উইকেট দখল আশ্বিনৰ
350 টা উইকেট দখল আশ্বিনৰ

66 খন মেচত 350 টা উইকেট দখল কৰি বিশ্ব ক্ৰিকেটত দ্ৰুততম 350 টা উইকেট দখল কৰা শ্ৰীলংকাৰ মুথয়া মুৰলীধৰণৰ অভিলেখৰ সমপৰ্যায় লাভ কৰিবলৈ সক্ষম হয় আশ্বিনে ৷ মুৰলীধৰণে 2001 চনৰ 6 ছেপ্টেম্বৰত বাংলাদেশৰ বিৰুদ্ধে সম্পূৰ্ণ কৰিছিল 350 টা উইকেট ৷

ETV BHARAT SPORTS- IMAGE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.