স্পৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰ : ভাৰতীয় বেগী বলাৰ জছপ্ৰীত বুমৰাহৰ আঘাতৰ পাছতে ক্ৰীড়াপ্ৰেমীৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শনৰ বাবে শুকুৰবাৰে ডুডল তৈয়াৰ কৰিছে আমুলে ৷ ডুডলৰ লগতে 'জছ বেড লাক' বুলি উল্লেখ কৰে আমুলে ৷
-
#Amul Topical: Bumrah’s back troubles... pic.twitter.com/7jFxTiaWnL
— Amul.coop (@Amul_Coop) September 26, 2019 " class="align-text-top noRightClick twitterSection" data="
">#Amul Topical: Bumrah’s back troubles... pic.twitter.com/7jFxTiaWnL
— Amul.coop (@Amul_Coop) September 26, 2019#Amul Topical: Bumrah’s back troubles... pic.twitter.com/7jFxTiaWnL
— Amul.coop (@Amul_Coop) September 26, 2019
সময়ে সময়ে সৃষ্টিশীল আৰু বিভিন্ন ধৰণৰ কাৰ্টুনৰ পোষ্টাৰ তৈয়াৰ কৰাৰ বাবে জনাজাত আমুলে তৈয়াৰ কৰা ডুডলত আমুলৰ সুপৰিচিত চৰিত্ৰৰ লগতে জছপ্ৰীত বুমৰাহৰ চৰিত্ৰ ৰূপায়ন কৰা হয় ৷ চিকিৎসালয়ৰ দৰে এক স্থানত চিকিৎসকৰ ভূমিকা গ্ৰহণ কৰে আমুল গাৰ্লে আৰু বুমৰাহৰ পিঠিৰ আঘাত নিৰ্মূল কৰাৰ প্ৰয়াস কৰে ৷
উল্লেখ্য যে, পিঠিৰ আঘাতৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগা টেষ্ট ছিৰিজৰ পৰা বাহিৰ হৈছে জছপ্ৰীত বুমৰাহ ৷ তেওঁৰ পৰিৱৰ্তে দললৈ উমেশ যাদৱক নিমন্ত্ৰণ জনোৱা হৈছে ৷ ইয়াৰ পাছতে টুইটাৰৰ জৰিয়তে বুমৰাহে মন্তব্য কৰিছিল যে, আঘাত ক্ৰীড়াৰ অংগ ৷ লগতে সুস্থ হৈ উঠিবলৈ শুভেচ্ছা প্ৰেৰণ কৰাৰ বাবে সকলোৱে ধন্যবাদ জ্ঞাপন কৰে বুমৰাহে ৷
-
Injuries are part & parcel of the sport. Thank you for all your recovery wishes. My head is held high & I am aiming for a comeback that’s stronger than the setback.🦁 pic.twitter.com/E0JG1COHrz
— Jasprit Bumrah (@Jaspritbumrah93) September 25, 2019 " class="align-text-top noRightClick twitterSection" data="
">Injuries are part & parcel of the sport. Thank you for all your recovery wishes. My head is held high & I am aiming for a comeback that’s stronger than the setback.🦁 pic.twitter.com/E0JG1COHrz
— Jasprit Bumrah (@Jaspritbumrah93) September 25, 2019Injuries are part & parcel of the sport. Thank you for all your recovery wishes. My head is held high & I am aiming for a comeback that’s stronger than the setback.🦁 pic.twitter.com/E0JG1COHrz
— Jasprit Bumrah (@Jaspritbumrah93) September 25, 2019