স্পৰ্টছ ডেস্ক, 30 আগষ্টঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্ন্যাস লোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ আম্বাতী ৰাইডুৰ ৷ হায়দৰাবাদ ক্ৰিকেট এশ্ব’ছিয়েচনক পত্ৰ প্ৰেৰণ কৰি পুনৰ খেলপথাৰত অৱতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল খেলুৱৈগৰাকীয়ে ৷ যাৰ পাচতেই ৰাইডুৰ এই আবেদন গ্ৰহণ কৰি হায়দৰাবাদ ক্ৰিকেট এশ্ব’ছিয়েচনে পুনৰ খেলপথাৰত অৱতীৰ্ণ হোৱাৰ অনুমতি প্ৰদান কৰে খেলুৱৈগৰাকীক ৷ তথ্য অনুসৰি ৰাইডুৱে পত্ৰত উল্লেখ কৰিছে যে, ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ সিদ্ধান্তটো তেওঁৰ আছিল এক আৱেগিক সিদ্ধান্ত ৷
সন্ন্যাসৰ সিদ্ধান্তক লৈ ইউ-টাৰ্ণ ৰাইডুৰ - হায়দৰাবাদ ক্ৰিকেট এশ্ব’ছিয়েচন
অৱশেষত সন্ন্যাস লোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ আম্বাতী ৰাইডুৰ ৷ অতি সোনকালেই হায়দৰবাদ দলৰ হৈ খেলপথাৰত ভুমুকি মাৰিব ৰাইডুৱে ৷