ETV Bharat / sports

ফ্ৰেন্স অ'পেনৰ পৰা বাহিৰ ছাইনা নেহৱাল - কোৱাৰ্টাৰত বাহিৰ হ'ল ছাইনা

ফ্ৰেন্স অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে ভাৰতীয় শ্বাটলাৰ ছাইনা নেহৱাল ৷ দক্ষিণ কোৰিয়াৰ এন চে য়ঙৰ হাতত 20-22, 21-23 ছেটত পৰাস্ত হয় ছাইনা ৷

ছাইনা নেহৱাল
author img

By

Published : Oct 25, 2019, 8:54 PM IST

স্পৰ্টছ ডেস্ক, 25 অক্টোবৰ : পেৰিছত অনুষ্ঠিত হোৱা ফ্ৰেন্স অ'পেনৰ পৰা বাহিৰ হ'ল ভাৰতীয় শ্বাটলাৰ ছাইনা নেহৱাল ৷ কোৱাৰ্টাৰ ফাইনেল মেচত ভাৰতীয় খেলুৱৈগৰাকী দক্ষিণ কোৰিয়াৰ এন চে য়ঙৰ হাতত 20-22, 21-23 ছেটত পৰাস্ত হয় ৷ দক্ষিণ কোৰিয়াৰ শ্বাটলাৰগৰাকীয়ে 49 মিনিটৰ যুঁজতে ছাইনাক পৰাস্ত কৰিবলৈ সক্ষম হয় ৷

ফ্ৰেন্স অ'পেন
পি. ভি. সিন্ধু

উল্লেখ্য যে,ইয়াৰ পূৰ্বে দ্বিতীয় ৰাউণ্ডৰ মেচত 29 বৰ্ষীয় ছাইনাই ডেনমাৰ্কৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছিল ৷

ফ্ৰেন্স অ'পেন
ছাইনা নেহৱাল

শুকুৰবাৰে অন্য এখন মেচত পি.ভি.সিন্ধুয়ে টাইৱানৰ টাই জু ইয়ঙৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলৰ মেচত অৱতীৰ্ণ হ'ব ৷ বুধবাৰে অনুষ্ঠিত এখন মেচত কিদাম্বি শ্ৰীকান্ঠে টাইৱানৰ প্ৰতিদ্বন্দীৰ হাতত পৰাস্ত হৈ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় মাগিছিল ৷ পাৰুপল্লী কাশ্যপেও প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হ'ব লগা হৈছিল ৷

Intro:Body:Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.