ETV Bharat / sports

ইণ্ডোনেছিয়া অ'পেনৰ ফাইনেললৈ অগ্ৰসৰ পি ভি সিন্ধু - ইণ্ডোনেছিয়া অ'পেন

ইণ্ডোনেছিয়া অ'পেনৰ ফাইনেলত প্ৰৱেশ পি ভি সিন্ধুৰ ৷ চীনৰ চেন য়ু ফেইক 21 - 19, 21 -10 ছেটত পৰাস্ত কৰে সিন্ধুৱে ৷

ইণ্ডোনেছিয়া অ'পেনৰ ফাইনেললৈ অগ্ৰসৰ পি. ভি. সিন্ধু
author img

By

Published : Jul 21, 2019, 1:47 PM IST

স্পৰ্টছ ডেস্ক, 21 জুলাই : ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুয়ে শনিবাৰে চীনৰ চেন য়ু ফেইক পৰাস্ত কৰি ইণ্ডোনেছিয়া অ'পেনৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ ছেমি ফাইনেলত ভাৰতীয় খেলুৱৈ গৰাকীয়ে 21 - 19, 21 -10 ছেটত চীনৰ খেলুৱৈ গৰাকীক পৰাস্ত কৰে ৷

ETV BHARAT ASSAM
ইণ্ডোনেছিয়া অ'পেনৰ ফাইনেললৈ অগ্ৰসৰ পি. ভি. সিন্ধু

দুটা পোনপটীয়া ছেটত সিন্ধুয়ে চীনৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ৷ বিশ্ব ৰেংকিঙৰ পঞ্চম স্থানৰ ভাৰতীয় খেলুৱৈ গৰাকীয়ে প্ৰথম ছেটত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও দ্বিতীয় ছেটত দুৰ্দান্ত প্ৰদৰ্শনেৰে 46 মিনিটত মেচ খন নিজৰ দখললৈ আনে ৷

উল্লেখ্য যে, জুলাইৰ 21 তাৰিখে অনুষ্ঠিত হ'ব লগা ফাইনেলত সিন্ধুয়ে জাপানৰ আকানে য়ামাগুছিৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব ৷

INDONESIA OPEN : SINDHU BEATS CHEN YU FEI TO MARCH INTO FINAL

ইণ্ডোনেছিয়া অ'পেনৰ ফাইনেললৈ অগ্ৰসৰ পি. ভি. সিন্ধু

স্পৰ্টছ ডেস্ক, 21 জুলাই : ভাৰতীয় শ্বাটলাৰ পি. ভি. সিন্ধুয়ে শনিবাৰে চীনৰ চেন য়ু ফেইক পৰাস্ত কৰি ইণ্ডোনেছিয়া অ'পেনৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ ছেমি ফাইনেলত ভাৰতীয় খেলুৱৈ গৰাকীয়ে 21 - 19, 21 -10 ছেটত চীনৰ খেলুৱৈ গৰাকীক পৰাস্ত কৰে ৷

দুটা পোনপটীয়া ছেটত সিন্ধুয়ে চীনৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ৷ বিশ্ব ৰেংকিঙৰ পঞ্চম স্থানৰ ভাৰতীয় খেলুৱৈ গৰাকীয়ে প্ৰথম ছেটত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও দ্বিতীয় ছেটত দুৰ্দান্ত প্ৰদৰ্শনেৰে 46 মিনিটত মেচ খন নিজৰ দখললৈ আনে ৷

উল্লেখ্য যে, জুলাইৰ 21 তাৰিখে অনুষ্ঠিত হ'ব লগা ফাইনেলত সিন্ধুয়ে জাপানৰ আকানে য়ামাগুছিৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব ৷  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.