ETV Bharat / sports

ডেনমাৰ্ক অপেন : দ্বিতীয় ৰাউণ্ডৰ পৰা বাহিৰ লক্ষ্য সেন

author img

By

Published : Oct 16, 2020, 1:33 PM IST

ডেনমাৰ্ক অপেনৰ দ্বিতীয় ৰাউণ্ডৰ পৰা বাহিৰ হৈছে ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেন ৷ ডেনমাৰ্কৰ হানছ ক্ৰিষ্টিয়ান ছোলবাৰ্গ ভিট্টিনঘাছৰ হাতত পৰাস্ত হয় লক্ষ্য সেন ৷

ডেনমাৰ্ক অপেন
দ্বিতীয় ৰাউণ্ডৰ পৰা বাহিৰ লক্ষ্য সেন

স্পৰ্টছ ডেস্ক, 16 অক্টোবৰ : ডেনমাৰ্ক অপেনৰ দ্বিতীয় ৰাউণ্ডৰ পৰা বাহিৰ হৈছে ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেন ৷ ডেনমাৰ্কৰ হানছ ক্ৰিষ্টিয়ান ছোলবাৰ্গ ভিট্টিনঘাছৰ হাতত 15-21, 21-7, 21-17 ছেটত পৰাস্ত হয় ভাৰতীয় খেলুৱৈগৰাকী ৷ প্ৰায় 55 মিনিট জোৰা যুঁজৰ প্ৰথম ছেটত লক্ষ্যই অগ্ৰগতি লাভ কৰিছিল যদিও পৰৱৰ্তী দুই ছেটত পৰাস্ত হয় ৷

ডেনমাৰ্ক অপেন
দ্বিতীয় ৰাউণ্ডৰ পৰা বাহিৰ লক্ষ্য সেন

আনহাতে, আন এজন ভাৰতীয় শ্বাটলাৰ কিদাম্বি শ্ৰীকান্তে প্ৰৱেশ কৰিছে কোৱাৰ্টাৰ ফাইনেলত ৷ কানাডাৰ জেছন এন্ঠনী হো শুক পৰাস্ত কৰা শ্ৰীকান্ত বৰ্তমান ডেনমাৰ্ক অপেনত বৰ্তী থকা একমাত্ৰ ভাৰতীয় ৷

লগতে পঢ়ক : ইউৰোপীয়ান ভ্ৰমণৰ পূৰ্বে ক'ভিডত আক্ৰান্ত লাভলীনা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.