ETV Bharat / sports

বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপছ : বিশ্বৰ চতুৰ্থ ৰেংকৰ খেলুৱৈক পৰাস্ত কৰি ছেমি ফাইনেললৈ অগ্ৰসৰ প্ৰণীঠ - জ'নাটন ক্ৰিষ্টিক

ভাৰতীয় শ্বাটলাৰ ছাই প্ৰণীঠে বিডব্লিউএফ (BWF) বিশ্ব চেম্পিয়নশ্বিপছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷ কোৱাৰ্টাৰ ফাইনেলৰ যুঁজত ভাৰতীয় শ্বাটলাৰ গৰাকীয়ে বিশ্বৰ চতুৰ্থ ৰেংকৰ জ'নাটন ক্ৰিষ্টিক 24-22, 21-14 ছেটত পৰাস্ত কৰে ৷

বিশ্বৰ চতুৰ্থ ৰেংকৰ খেলুৱৈক পৰাস্ত কৰি ছেমি ফাইনেললৈ অগ্ৰসৰ প্ৰণীঠ
author img

By

Published : Aug 24, 2019, 1:11 PM IST

স্পৰ্টছ ডেস্ক, 24 আগষ্ট : শুকুৰবাৰে ভাৰতীয় শ্বাটলাৰ ছাই প্ৰণীঠে বিডব্লিউএফ (BWF) বিশ্ব চেম্পিয়নশ্বিপছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷ কোৱাৰ্টাৰ ফাইনেলৰ যুঁজত ভাৰতীয় শ্বাটলাৰ গৰাকীয়ে বিশ্বৰ চতুৰ্থ ৰেংকৰ জ'নাটন ক্ৰিষ্টিক 24-22, 21-14 ছেটত পৰাস্ত কৰে ৷

বিশ্বৰ চতুৰ্থ ৰেংকৰ খেলুৱৈক পৰাস্ত কৰি ছেমি ফাইনেললৈ অগ্ৰসৰ প্ৰণীঠ
বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপছ

ছুইছ অ'পেন ৰানাৰ আপ আৰু ছিংগাপুৰ অ'পেন, 2017ৰ চেম্পিয়ন প্ৰণীঠে ইণ্ডোনেছিয়াৰ খেলুৱৈ গৰাকীক দুটা পোনপটীয়া ছেটত পৰাস্ত কৰি ছেমি ফাইনেললৈ অগ্ৰসৰ হৈছে ৷

  • Super Sai!! 💥👏#SaiPraneeth creates history with his win against 🇮🇩's Jonatan Christie becoming the first 🇮🇳 male shuttler after 3️⃣6️⃣ years to assure a medal at the #BWFWorldChampionships since Prakash Padukone last did it in 1983.

    Kudos on the feat! 💪💪 pic.twitter.com/NeL35UhC5w

    — The Bridge (@TheBridge_IN) August 23, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

বিশ্ব ৰেংকিঙৰ 19 সংখ্যক স্থানৰ প্ৰণীঠে তীব্ৰ যুঁজৰ অন্তত প্ৰথমটো ছেট দখল কৰাৰ লগতে দ্বিতীয় ছেটতো 51 মিনিটত দখল কৰিবলৈ সক্ষম হয় ৷ শনিবাৰে ছেমি ফাইনেলত যুঁজত নামিব ছাই প্ৰণীঠ ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.