ETV Bharat / sports

ড'প টেষ্টত ব্যৰ্থ নগৰাকীকৈ খেলুৱৈ

author img

By

Published : Mar 22, 2019, 1:10 PM IST

নাডাৰ ড'প টেষ্টত ব্যৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছৰ ৯ গৰাকীকৈ যুৱ খেলুৱৈ । "নেশ্বনেল এন্টি ড'পিং এজেন্সী " চমুকৈ নাডায়ে এই টেষ্ট চলায় আৰু ৪৭৬ বিধ নমুনা সংগ্ৰহ কৰে ।

NINE YOUNG ATHLETES FAILED DOPE TEST

নিউজ ডেস্ক, ২২ মাৰ্চ: "খেলো ইণ্ডিয়া য়ুথ গেমছ"ৰ ৯ গৰাকীকৈ যুৱ খেলুৱৈ ব্যৰ্থ হৈছে ড'প টেষ্টত । ২০১৯ খেলো ইণ্ডিয়া মেচ সমূহৰ সময়তে লোৱা টেষ্টত ৯ গৰাকী খেলুৱৈৰ ধনাত্মক ফলাফল ওলায় ।

NINE YOUNG ATHLETES FAILED DOPE TEST
এই তালিকাত ৩ জন মল্লযুঁজাৰু, ২ জন ভাৰত্তোলক, ১ জনকৈ সাঁতোৰবিদ, দৌৰবিদ, জুডো আৰু ধনুবিদ আছে ।

"নেশ্বনেল এন্টি ড'পিং এজেন্সী " চমুকৈ নাডায়ে এই টেষ্ট চলায় আৰু ৪৭৬ বিধ নমুনা সংগ্ৰহ কৰে ।

Intro:Body:

NINE YOUNG ATHLETES FAILED DOPE TEST

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.