ETV Bharat / sitara

জুবিন গাৰ্গৰ মুখেৰে শিল্পীৰ পৰিভাষা

author img

By

Published : Dec 26, 2019, 4:45 PM IST

শিল্পী বুলি ক'লে কোন পৰ্যায়ৰ ব্যক্তি সকলক শিল্পী ভাবে জুবিন গাৰ্গে। শিল্পী সকলে লিখা কথাবোৰ,জুবিনে ৰচনা কৰা গান বোৰে সমাজৰ কি ছবি কোন সময়ত পৰিস্ফূত কৰে ? জুবিনে সম্প্ৰতি ৰচনা কৰা এটা বিষয়বস্তু 20 বছৰৰ পিছত হ'লেও সঁচা প্ৰমাণিত হ'ব বুলি ক'লে জুবিন গাৰ্গে ...

zubeen garg
জুবিন গাৰ্গ

গুৱাহাটী,26 ডিচেম্বৰঃ "শিল্পী এনেই হৈ নাযায়,বহু ধদুৱা শিল্পী আছে কিন্তু সঁচা শিল্পীয়ে সমাজৰ কিছুমান বস্তু বহুত আগতে দেখা পায়" এই মন্তব্য জুবিন গাৰ্গৰ। অসমৰ এই দুৰৱস্থাৰ কথা বহু আগতে জুবিনে অনুভৱ কৰিছিল আৰু সেইবাবেই লিখিছিল বহু কেইটা গান। কেৱল সেয়াই নহয় জুবিনে গাৰ্গে শিল্পীৰ পৰিভাষা দাঙি ধৰি এজন খেলুৱৈ,এজন কাঠ মিস্ত্ৰীকো শিল্পীৰ শাৰীত ৰাখিব খোজে বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৷

লগতে পঢ়কঃপুনৰ বিতৰ্কৰ আৱৰ্তত প্ৰাক্তন বিধায়িকা ড৹ ৰুমী নাথ

Intro:শিল্পী বুলি কলে কোন পৰ্য্যায়ৰ ব্যক্তি সকলক শিল্পী ভাবে জুবিন গাৰ্গে। শিল্পী সকলে লিখা কথাবোৰ , জুবিনে ৰচনা কৰা গান বোৰে সমাজৰ কি ছবি কোন সময়ত পৰিস্ফুট কৰে? জুবিনে আজি ৰচনা কৰা এটা বিষয় বস্তু কিমান বছৰৰ পিছত সঁচা প্ৰমাণিত হব সকলো খুলি কলে জুবিন গাৰ্গে। Body: শিল্পী এনেই হৈ নাযায়, বহু ধদুৱা শিল্পী আছে কিন্তু সঁচা শিল্পীয়ে সমাজৰ কিছুমান বস্তু বহুত আগতে দেখা পায় এই মন্তব্য জুবিন গাৰ্গৰ। অসমৰ এই দুৰৱস্থাৰ কথা বহু আগতে জুবিনে অনুভৱ কৰিছিল আৰু সেইবাবেই লিখিছিল বহু কেইটা গান। কংগ্ৰেছৰ দিনত জুবিন গাৰ্গে কংগ্ৰেছক সমালোচনা কৰি লিখা গান নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছেই বজায় ফুৰিছিল বুলিও কলে শিল্পী গৰাকীয়ে।Conclusion: কেৱল সেয়া নহয় জুবিনে গাৰ্গে শিল্পী বুলিলে এজন ফুটবল খেলুৱৈ, এজন কাঠ মিস্ত্ৰীকো শিল্পী শাৰীত ৰাখিব খোজে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.