ETV Bharat / sitara

কোনে দেৱীনাক বাজীগৰৰ কাজলৰ দৰে কাপোৰ চিলাই দিছিল ? - বাজীগৰৰ কাজলৰ দৰেই এটা চোলা

টেলিভিছন অভিনেত্ৰী দেৱীনা বেনাৰ্জীয়ে সুঁৱৰিলে কিছু পুৰণা স্মৃতি ৷ বাজীগৰ ছবিখন মুক্তি পোৱাৰ পিছতে দেৱীনাৰ মাকে দেৱীনাক চিলাই দিছিল বাজীগৰৰ কাজলৰ দৰেই এটা চোলা ৷

When Debina's mother stitched Kajol's Baazigar outfit for her
টেলিভিছন অভিনেত্ৰী দেৱীনা বেনাৰ্জী
author img

By

Published : May 9, 2020, 10:08 PM IST

চিটাৰা ডেস্ক,9মে'ঃ দেওবাৰে মাতৃ দিৱস ৷ মাতৃ দিৱসৰ প্ৰাকক্ষণত টেলিভিছন অভিনেত্ৰী দেৱীনা বেনাৰ্জীয়ে সুঁৱৰিলে মাতৃৰ সৈতে কটোৱা নষ্টালজিক সময়বোৰ ৷

তেওঁ অনুৰাগীসকলক জনাই যে, তেওঁৰ মাকে কেনেদৰে তেওঁৰ সকলো ইচ্ছা পূৰণ কৰিছিল ৷ দেৱীনাই বিচৰাৰ দৰেই মাতৃয়ে সকলোখিনি কৰিছিল ৷

When Debina's mother stitched Kajol's Baazigar outfit for her
টেলিভিছন অভিনেত্ৰী দেৱীনা বেনাৰ্জী

আনকি বাজীগৰ ছবিখন চোৱাৰ পিছত দেৱীনাই কাজলৰ দৰে সাজসজ্জা কৰিব বিচৰাত মাতৃয়ে সেই ইচ্ছাই পূৰণ কৰিছিল ৷ মাকে নিজ হাতেৰে দেৱীনাক চিলাই দিছিল কাজলে ছবিখনত পিন্ধাৰ দৰেই এটা চোলা ৷

লগতে দেৱীনাই কয় যে, লক্ ডাউন খুলিলে পৰস্থিতি ভাল হ'লেই তেওঁক মাকক মালদ্বীপলৈ ফুৰাবলৈ লৈ যাব ৷ যোৱা 6টা বছৰ দেৱীনাৰ মাতৃ দেৱীনাৰ লগত মুম্বাইত আছে যদিও কামৰ বাবেই মাতৃৰ সৈতে অন্তৰংগ সময় কটাবলৈ অসমৰ্থ হৈছিল বুলি দেৱীনাই উল্লেখ কৰে ৷ দেৱীনাৰ কামলৈ চালে, দেৱীনাক শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে আলাদ্দীন-নাম তহ চুনা হ'গা নামৰ শ্ব'টোত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.