ETV Bharat / sitara

অতি সংকটজনক অৱস্থাত চিকিৎসাধীন কণ্ঠশিল্পী ভিতালী দাস

author img

By

Published : Apr 21, 2021, 12:21 PM IST

Updated : Apr 21, 2021, 12:46 PM IST

ক'ভিড-19 ত আক্ৰান্ত হৈ অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাস ৷ গুৱাহাটীৰ কালাপাহাৰস্থিত ক'ভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কন্ঠশিল্পী গৰাকী ৷

singer vitali das covid positive
ভিতালী দাস ক’ভিডত আক্ৰান্ত

চিটাৰা ডেস্ক,21 এপ্ৰিল: ক’ভিড-19 ত আক্ৰান্ত হৈ অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস ৷ মঙলবাৰে কণ্ঠশিল্পীগৰাকীৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমান অতি সংকটজনক অৱস্থাত গুৱাহাটীৰ কালাপাহাৰস্থিত ক'ভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পীগৰাকী ৷

বিগত তিনিটা দশকজুৰি অসমৰ সংগীত জগতত নিজৰ সুৰীয়া কণ্ঠৰে এক সুকীয়া স্থান দখল কৰি আছে কণ্ঠশিল্পীগৰাকীয়ে ৷ কন্ঠশিল্পী গৰাকী ক'ভিড-19 ত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুলি অৱগত হোৱাৰ পাছতে প্ৰিয় কন্ঠশিল্পী গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে অসংখ্য গুণমুগ্ধই ৷

লগতে পঢ়ক : বাফটাৰ ব্ৰেকথ্ৰ' ইণ্ডিয়াৰ বিচাৰক হিচাপে যোগদান অনুপম খেৰৰ

Last Updated : Apr 21, 2021, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.