ETV Bharat / sitara

চলমান খানে কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মোডী মন্ত্ৰীসভাক ? - congratulate

দেশৰ ১৫ সংখ্যক প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে তেওঁৰ মন্ত্ৰীসভাক টুইটযোগে শুভকামনা জনালে জনপ্ৰিয় অভিনেতাগৰাকীয়ে

চলমান খানে কি ক'লে !
author img

By

Published : Jun 3, 2019, 8:23 AM IST

নিউজ ডেক্স,৩ জুনঃ শেহতীয়াকৈ দেওবাৰে দেশৰ ১৫ সংখ্যক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ নৱ নিৰ্বাচিত মন্ত্ৰীসভাক টুইট যোগে শুভকামনা জনালে দেশৰ আগশাৰীৰ জনপ্ৰিয় অভিনেতা চলমান খানে। দাবাংগৰ অভিনেতা গৰাকীয়ে প্ৰধানমন্ত্ৰী মোডী আৰু তেওঁৰ মন্ত্ৰীসভাখনক শুভকামনা জনালে এনেদৰে ,

etv_bharat_assam
চলমান খানৰ টুইট

উল্লেখনীয়ভাৱে সম্প্ৰতি বি টাউনৰ জনপ্ৰিয় অভিনেতাজন এই মাহৰ ৫ তাৰিখে মুক্তি পাবলগীয়া তেওঁৰ চলচ্চিত্ৰ 'ভাৰত'ৰ প্ৰমোচনৰ কামত ব্যস্ত।

চলমান খানে কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মোডী মন্ত্ৰীসভাক !

New Delhi, June 03 (ANI): As PM Narendra Modi took oath as the 15th Prime Minister of India and introduced his cabinet, Bollywood actor Salman Khan sent his wishes and congratulated the PM. The 'Dabangg' actor in a tweet on Sunday congratulated the newly elected PM on forming a 'splendid' team'. "Honourable Prime Minister, congratulations on a splendid team and all my best wishes to the entire cabinet in their endeavours to make a stronger and equal India," Salman tweeted. However, many celebrities from the film fraternity marked their presence at the event including Anil Kapoor, Kangana Ranaut, Vivek Oberoi, Karan Johar and veteran actor Anupam Kher. The second government headed by PM Narendra Modi will have 24 Cabinet Ministers besides the Prime Minister, 9 Ministers of State with Independent Charge and 24 Ministers of State.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.