ETV Bharat / sitara

সীমান্ত শেখৰৰ কণ্ঠত প্ৰাণ পালে কাংকানে - সীমান্ত শেখৰৰ নতুন গীত কাংকান

প্ৰায় তিনি বছৰৰ বিৰতিৰ অন্তত নতুন গীত মুকলি জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰ(Simanta Shekhar)ৰ ৷ ইউ টিউবৰ জৰিয়তে সীমান্ত শেখৰ আৰু কণ্ঠশিল্পী তৰুলতা কুটুম(Tarulata Kutum)ৰ কণ্ঠত মুক্তি লাভ ‘কাংকান’(Kankan) শীৰ্ষক গীতটি ৷ অসমীয়াৰ লগতে মিচিং ভাষাত ফিউজন কৰা হৈছে এই গীতটি ৷

new song of simanta shekhar
সীমান্ত শেখৰৰ নতুন গীত মুকলি
author img

By

Published : Oct 30, 2021, 12:54 PM IST

চিটাৰা ডেস্ক, 30 অক্টোবৰ : জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰ(Simanta Shekhar)ৰ নতুন গীত মুকলি ৷ ৰাজ্যিক বিজেপিৰ ‘আকৌ এবাৰ মোডী চৰকাৰ’ শীৰ্ষক নিৰ্বাচনী প্ৰচাৰৰ মূল গীতটি গাই অধিক চৰ্চিত আৰু সমালোচনাৰ সন্মুখীন হৈছিল কণ্ঠশিল্পী তথা বিজেপি সমৰ্থক সীমান্ত শেখৰে ৷

প্ৰায় তিনি বছৰৰ বিৰতিৰ অন্তত এইবাৰ অনুৰাগীসকলৰ বাবে এটি নতুন গীত মুকলি কৰিছে কণ্ঠশিল্পীগৰাকীয়ে ৷ সীমান্ত শেখৰ আৰু কণ্ঠশিল্পী তৰুলতা কুটুম(Tarulata Kutum)ৰ কণ্ঠত মুক্তিলাভ কৰিছে ‘কাংকান’(Kankan) শীৰ্ষক এটি গীত ৷

অসমীয়াৰ লগতে মিচিং ভাষাত ফিউজন কৰা গীতটিৰ কথা আৰু সুৰ তৰুলতা কুটুমৰ । আনহাতে, গীতটিৰ সজ্জাত আছে পুলক নাথ ৷ ইউ টিউবযোগে মুক্তি লাভ কৰা এই গীতটিৱে দৰ্শকৰ পৰা আশাপ্ৰদ সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : তু য়হী হ্যেঃ হৃদয়স্পৰ্শী গীতেৰে সিদ্ধাৰ্থলৈ শ্ৰদ্ধাঞ্জলি শ্বেহনাজ গীলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.