ETV Bharat / sitara

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানক সমৰ্থন অভিনেতা যতীন বৰাৰ

লক ডাউনৰ সময়ছোৱাত চৰকাৰী সকলো নীতি নিৰ্দেশনা মানি চলাৰ লগতে অসমবাসীক প্ৰধানমন্ত্ৰীৰ শেহতীয়া আহ্বান পালন কৰিবলৈ অনুৰোধ জনালে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ৷

author img

By

Published : Apr 5, 2020, 7:24 PM IST

jatin borah  on pm modi recent appeal
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানক সমৰ্থন অভিনেতা যতীন বৰাৰ

গুৱাহাটী,5 এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানক সমৰ্থন অভিনেতা যতীন বৰাৰ। লক ডাউনৰ সময়ছোৱাত অসমবাসীক সকলো চৰকাৰী নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান অসমৰ জনপ্ৰিয় অভিনেতাগৰাকীৰ । লগতে দেওবাৰে নিশা 9 বজাত সকলোকে নিজৰ ঘৰত থাকি চাকি জ্বলাবলৈ অনুৰোধ জনোৱাৰ লগতে তেওঁ নিজ গৃহতে প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে এগছি চাকি জ্বলাম বুলিও অৱগত কৰে ।

লগতে পঢ়কঃকৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.