ETV Bharat / sitara

অসমখন আমাৰ হয় আৰু আমাৰ হৈ থাকিবলৈ দিয়কঃ প্ৰিয়ংকা ভৰালী

author img

By

Published : Dec 10, 2019, 4:45 PM IST

সাধাৰণ জনতাৰ পৰা বুদ্ধিজীৱী, শিল্পী , ছাত্ৰ সমাজ, জাতীয় সংগঠন সকলোৱে মিলি বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ৷ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে শেহতীয়াকৈ বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ।

priyanka bharali oppose Cab
প্ৰিয়ংকা ভঁৰালীৰ কেব বিৰোধী প্ৰতিবাদ

কামৰূপ মেট্ৰ'পলিটান,10 ডিচেম্বৰঃ শেহতীয়াকৈ কেবৰ বিৰোধিতাৰে মাত মাতিছে কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এতিয়া মাত মাতিছে সকলোৱে। সাধাৰণ জনতাৰ পৰা বুদ্ধিজীৱী, শিল্পী , ছাত্ৰ সমাজ, জাতীয় সংগঠন সকলোৱে মিলি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে। জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে । কণ্ঠশিল্পী প্ৰিয়ংকা ভঁৰালীয়ে চৰকাৰক অনুৰোধ কৰি কৈছে যে ,"এই কেব বাতিল কৰিব লাগে । সমগ্ৰ অসম খন জ্বলিছে সকলোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে । অসম খন আমাৰ হয় আৰু ইয়াক আমাৰ হৈ থাকিবলৈ দিয়ক " বুলি এতিয়া এনেদৰে অনুৰোধ জনাইছে কন্ঠশিল্পী গৰাকীয়ে ৷

লগতে পঢ়কঃ'আহ ঐ আহ' ধ্বনিৰে শিল্পী সমাজৰ কেব বিৰোধী হুংকাৰ

Intro:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এতিয়া মাত মাতিছে সকলোৱে। সাধাৰণ জনতাৰ পৰা বুদ্ধিজীৱী, শিল্পী , ছাত্ৰ সমাজ, জাতীয় সংগঠন সকলোৱে মিলি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে। জনপ্ৰিয় কণ্ঠ শিল্পী প্ৰিয়ংকা ভৰালীয়ে শেষতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে। Body:কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে চৰকাৰক অনুৰোধ কৰি কৈছে যে এই কেব বাতিল কৰিব লাগে । সমগ্ৰ অসম খন জ্বলিছে সকলোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে । গতিকে অসম খনক আমাৰ হৈ থাকিবলৈ অনুৰোধ জনাইছে প্ৰিয়ংকা ভৰালীয়ে। Conclusion:এতিয়া প্ৰশ্ন হয় শুনিবনে এই চৰকাৰে জনতাৰ চিঞৰ?
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.