ETV Bharat / sitara

শিলচৰত অনুষ্ঠিত হ'ব ভাৰত-বাংলাদেশ নাট্য উৎসৱ

author img

By

Published : Sep 19, 2019, 8:36 PM IST

শিলচৰত অনুষ্ঠিত হ'ব ভাৰত-বাংলাদেশ নাট্য উৎসৱ ৷ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত শিলচৰত অনুষ্ঠিত হ'ব এই নাট্য মেলা অনুষ্ঠান

সংবাদমেল

কাছাৰ,19 ছেপ্টেম্বৰঃ শিলচৰত আৰম্ভণি হ'ব ভাৰত বাংলাদেশ নাট্য উৎসৱ। সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত 19 ছেপ্টেম্বৰৰ পৰা 23 ছেপ্টেম্বৰ পৰ্যন্ত শিলচৰত চলিব এই নাট্য মেলা । সন্মিলিত সাংস্কৃতিক মঞ্চৰ এই অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেশৰ উচ্চায়ুক্ত । ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে ত্রিপুৰা আৰু গুৱাহাটীৰ শিল্পী সকল । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে সন্মিলিত সাংস্কৃতিক মঞ্চৰ কৰ্মকৰ্তা সকলে ।

শিলচৰত অনুষ্ঠিত হ'ব নাট্য উৎসৱ

Intro:শিলচৰত আৰম্ভণি হব ভাৰত বাংলাদেশ নাট্য উৎসৰ । 19 ছেপ্টেম্বৰ পৰা 23 ছেপ্টেম্বৰ চলিব এই নাট্য মেলা । সম্মিলিত সংস্কৃতিক মঞ্চৰ এই অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেৰ হাইকমিচনাৰ । অনুষ্ঠানক অংশগ্ৰহণ কৰিবলৈ সাজু ত্রিপুৰা গুৱাহাটীৰ বিভিন্ন শিল্পী সকল । সম্মিলিত সাস্কৃতিক মঞ্চৰ কৰ্ম্মকৰ্তা সকলে সাংবাদিক সম্মেলনত জাননী দিলে অনুষ্ঠানৰ ।Body:শিলচৰত আৰম্ভণি হব ভাৰত বাংলাদেশ নাট্য উৎসৰ । 19 ছেপ্টেম্বৰ পৰা 23 ছেপ্টেম্বৰ চলিব এই নাট্য মেলা । সম্মিলিত সংস্কৃতিক মঞ্চৰ এই অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেৰ হাইকমিচনাৰ । অনুষ্ঠানক অংশগ্ৰহণ কৰিবলৈ সাজু ত্রিপুৰা গুৱাহাটীৰ বিভিন্ন শিল্পী সকল । সম্মিলিত সাস্কৃতিক মঞ্চৰ কৰ্ম্মকৰ্তা সকলে সাংবাদিক সম্মেলনত জাননী দিলে অনুষ্ঠানৰ ।Conclusion:শিলচৰত আৰম্ভণি হব ভাৰত বাংলাদেশ নাট্য উৎসৰ । 19 ছেপ্টেম্বৰ পৰা 23 ছেপ্টেম্বৰ চলিব এই নাট্য মেলা । সম্মিলিত সংস্কৃতিক মঞ্চৰ এই অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেৰ হাইকমিচনাৰ । অনুষ্ঠানক অংশগ্ৰহণ কৰিবলৈ সাজু ত্রিপুৰা গুৱাহাটীৰ বিভিন্ন শিল্পী সকল । সম্মিলিত সাস্কৃতিক মঞ্চৰ কৰ্ম্মকৰ্তা সকলে সাংবাদিক সম্মেলনত জাননী দিলে অনুষ্ঠানৰ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.