ETV Bharat / sitara

শিলচৰত অনুষ্ঠিত হ'ব ভাৰত-বাংলাদেশ নাট্য উৎসৱ - ভাৰত বাংলাদেশ নাট্য উৎসৱ

শিলচৰত অনুষ্ঠিত হ'ব ভাৰত-বাংলাদেশ নাট্য উৎসৱ ৷ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত শিলচৰত অনুষ্ঠিত হ'ব এই নাট্য মেলা অনুষ্ঠান

সংবাদমেল
author img

By

Published : Sep 19, 2019, 8:36 PM IST

কাছাৰ,19 ছেপ্টেম্বৰঃ শিলচৰত আৰম্ভণি হ'ব ভাৰত বাংলাদেশ নাট্য উৎসৱ। সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত 19 ছেপ্টেম্বৰৰ পৰা 23 ছেপ্টেম্বৰ পৰ্যন্ত শিলচৰত চলিব এই নাট্য মেলা । সন্মিলিত সাংস্কৃতিক মঞ্চৰ এই অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেশৰ উচ্চায়ুক্ত । ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে ত্রিপুৰা আৰু গুৱাহাটীৰ শিল্পী সকল । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে সন্মিলিত সাংস্কৃতিক মঞ্চৰ কৰ্মকৰ্তা সকলে ।

শিলচৰত অনুষ্ঠিত হ'ব নাট্য উৎসৱ

Intro:শিলচৰত আৰম্ভণি হব ভাৰত বাংলাদেশ নাট্য উৎসৰ । 19 ছেপ্টেম্বৰ পৰা 23 ছেপ্টেম্বৰ চলিব এই নাট্য মেলা । সম্মিলিত সংস্কৃতিক মঞ্চৰ এই অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেৰ হাইকমিচনাৰ । অনুষ্ঠানক অংশগ্ৰহণ কৰিবলৈ সাজু ত্রিপুৰা গুৱাহাটীৰ বিভিন্ন শিল্পী সকল । সম্মিলিত সাস্কৃতিক মঞ্চৰ কৰ্ম্মকৰ্তা সকলে সাংবাদিক সম্মেলনত জাননী দিলে অনুষ্ঠানৰ ।Body:শিলচৰত আৰম্ভণি হব ভাৰত বাংলাদেশ নাট্য উৎসৰ । 19 ছেপ্টেম্বৰ পৰা 23 ছেপ্টেম্বৰ চলিব এই নাট্য মেলা । সম্মিলিত সংস্কৃতিক মঞ্চৰ এই অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেৰ হাইকমিচনাৰ । অনুষ্ঠানক অংশগ্ৰহণ কৰিবলৈ সাজু ত্রিপুৰা গুৱাহাটীৰ বিভিন্ন শিল্পী সকল । সম্মিলিত সাস্কৃতিক মঞ্চৰ কৰ্ম্মকৰ্তা সকলে সাংবাদিক সম্মেলনত জাননী দিলে অনুষ্ঠানৰ ।Conclusion:শিলচৰত আৰম্ভণি হব ভাৰত বাংলাদেশ নাট্য উৎসৰ । 19 ছেপ্টেম্বৰ পৰা 23 ছেপ্টেম্বৰ চলিব এই নাট্য মেলা । সম্মিলিত সংস্কৃতিক মঞ্চৰ এই অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেৰ হাইকমিচনাৰ । অনুষ্ঠানক অংশগ্ৰহণ কৰিবলৈ সাজু ত্রিপুৰা গুৱাহাটীৰ বিভিন্ন শিল্পী সকল । সম্মিলিত সাস্কৃতিক মঞ্চৰ কৰ্ম্মকৰ্তা সকলে সাংবাদিক সম্মেলনত জাননী দিলে অনুষ্ঠানৰ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.