ETV Bharat / sitara

জৰ্দানত আৱদ্ধ অভিনেতা পৃথ্বীৰাজ , ঘৰলৈ আহিব বিচাৰি প্ৰশাসনক গোহাৰি

author img

By

Published : Apr 2, 2020, 1:59 PM IST

জৰ্দানত মালায়ালাম ছবিৰ শ্বুটিঙ কৰিবলৈ গৈ কৰ'ণাৰ ত্ৰাসৰ বাবে আৱদ্ধ হৈ থাকিল অভিনেতা সহিতে মুঠ 58 জন চলচ্চিত্ৰ কৰ্মীবৃন্দ ৷ ইয়াৰ মাজতে আৱদ্ধ হৈ আছে জনপ্ৰিয় অভিনেতা পৃথ্বীৰাজ ৷ বৰ্তমান অভিনেতাগৰাকীয়ে সুৰক্ষিত ভাৱে ভাৰত ঘূৰি অহাৰ ইচ্ছা প্ৰকাশ কৰি ভাৰতীয় অধিকাৰীক গোহাৰি প্ৰদান কৰিছে ৷

actor prithviraj aadujeevitham team stuck in jordan seek evacuation
জৰ্দানত আৱদ্ধ অভিনেতা পৃথ্বীৰাজ

চিটাৰা ডেস্ক,2 এপ্ৰিলঃ ছবি শ্বুটিঙ কৰিবলৈ গৈ লক ডাউনৰ বাবে জৰ্দানত আৱদ্ধ হৈ আছে কেৰালাৰ জনপ্ৰিয় অভিনেতা পৃথ্বীৰাজৰ সৈতে অন্য 57 গৰাকী চলচ্চিত্ৰ কৰ্মী ৷

কৰ'ণাৰ সন্ত্ৰাসৰ বাবে শ্বুটিঙ স্থগিত কৰাত তাতেই আৱদ্ধ হৈ পৰে চলচ্চিত্ৰ কৰ্মীৰ দলটো ৷ জৰ্দানত কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে ইতিমধ্যে কাৰ্ফিউ জাৰি কৰা হৈছে ৷ সমগ্ৰ বিষয়টো নিজৰ চ'ছিয়েল মিডিয়া একাউন্ট যোগে প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেতা গৰাকীয়ে ৷

actor prithviraj aadujeevitham team stuck in jordan seek evacuation
চ'ছিয়েল মিডিয়াত অভিনেতা পৃথ্বীৰাজৰ প'ষ্ট

তেওঁ লগতে আশা প্ৰকাশ কৰিছে, ভাৰতীয় অধিকাৰীসকলে 58 জনীয়া তেওঁলোকৰ ভাৰতীয় দলটো স্বদেশ উভতাই নিয়াত সহায় কৰিব লগতে তেওঁ প্ৰাৰ্থনা কৰিছে যাতে সোনকালে সকলোবোৰ থিক হৈ পৰিস্থিতি সুস্থিৰ হ'ব ৷

লগতে পঢ়কঃকভিড-19ৰ বাবেই এজন প্ৰসিদ্ধ আমেৰিকান গায়কৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.