ETV Bharat / sitara

কৰ্তব্যৰ মাজতে আৰক্ষী জোৱানে জুৰিলে বিহু - আৰক্ষী জোৱানৰ পেঁপা বাদন আৰু বিহুগীত

গুৱাহাটী মহানগৰীত কৰ্মৰত একাংশ আৰক্ষী জোৱানে জুৰিলে বিহু ৷ নিপাংকৰ চলিহা নামৰ অসম আৰক্ষীৰ অগ্নি আৰু আপাতকালীন সেৱাত কৰ্মৰত জোৱানজনে আজৰি সময় পালেই পেঁপা বজাই আৰু বিহুগীত গাই ৰজনজনাই তোলে কৰ্মস্থলী ৷

কৰ্তব্যৰ মাজতে আৰক্ষী জোৱানে জুৰিলে বিহু

author img

By

Published : Apr 20, 2020, 11:51 AM IST

গুৱাহাটী, 20 এপ্ৰিল : অসম আৰক্ষীৰ অগ্নি আৰু আপাতকালীন সেৱাত কৰ্মৰত ছিপাঝাৰৰ নিপাংকৰ চলিহা নামৰ আৰক্ষী জোৱানজনে নিজৰ দায়িত্ব পালনৰ লগতে আজৰি সময় পালেই বিহুগীত গাই কৰ্মস্থলী ৰজনজনাই তোলে ৷ গুৱাহাটী মহানগৰীত জৰুৰীকালীন সেৱাত নিয়োজিত জোৱানজনে বিহু বুলি ক’লেই নিজকে প্ৰস্তত কৰি তোলে ৷

কৰ্তব্যৰ মাজতে আৰক্ষী জোৱানে জুৰিলে বিহু
কেৱল বিহুগীত বা পেঁপা বাদনেই নহয় বিহুৰ সকলো বাদ্য যন্ত্ৰই বজাই অসমীয়া পৰম্পৰা ৰক্ষা কৰাৰ চেষ্টা কৰে আৰক্ষী জোৱান নিপাংকৰ চলিহাই ৷ লগতে তেওঁ সকলোকে ঘৰতে থাকি লক ডাউন মানি চলিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : কৰ'ণাৰ বিৰুদ্ধে যমৰাজৰ ৰূপত আৰক্ষী, ক'ত চাওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.