ETV Bharat / sitara

এইবাৰ মাস্ক পিন্ধি স্পাইডাৰ-মেনৰ আগমণ

author img

By

Published : Nov 7, 2020, 8:00 PM IST

শুকুৰবাৰে ‘স্পাইডাৰ-মেন 3’ৰ প্ৰথমটো লুক মুকলি ৷ অভিনেতা টম হলেণ্ডে ইনষ্টাগ্ৰামযোগে মাস্ক পৰিধান কৰি তেওঁৰ স্পাইডাৰ-মেন ৰূপী ফটো শ্বেয়াৰ কৰে ৷

Tom Holland shares first look of 'Spider-Man 3,' along with mask message
মাস্ক পিন্ধি স্পাইডাৰ-মেনৰ আগমণ

চিটাৰা ডেস্ক,7 নৱেম্বৰ : হলিউড অভিনেতা টম হলেণ্ডে ‘স্পাইডাৰ-মেন 3’ৰ প্ৰথমটো লুক মুকলি কৰে ৷ শুকুৰবাৰে 24 বৰ্ষীয় ব্ৰিটিছ অভিনেতা গৰাকীয়ে ইনষ্টাগ্ৰামযোগে তেওঁৰ স্পাইডাৰ-মেন লুকত এক ব্যতিক্ৰমী ধৰণে ফটো শ্বেয়াৰ কৰে ৷ ফটোখনত স্পাইডাৰ-মেনক মাস্ক পৰিধান কৰা পৰিলক্ষিত হৈছে ৷

কেপচনত তেওঁ লিখিছে, ‘‘Wear a mask, I'm wearing two...,’’ ৷ তেওঁ সকলো অনুৰাগীকে কৰ’ণা মহামাৰীৰ সাৱধানতা অৱলম্বন কৰি পিপিই কিট আৰু মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে ৷

বিগত বছৰৰ আগষ্ট মাহত Sony Pictures Entertainment আৰু The Walt Disney Studiosয়ে স্পাইডাৰ-মেন 3 নিৰ্মাণৰ বাবে পুনৰ একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

হলিউডৰ সূত্ৰই জনোৱা মতে,এই ছবিখন 2021 চনৰ ডিচেম্বৰ মাহত মুক্তিলাভ কৰিব ৷

লগতে পঢ়ক : নগ্ন ফটো শ্বেয়াৰ কৰি ৰোষত পৰিল মিলিণ্ড চোমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.