ETV Bharat / sitara

ভাৰতৰ প্ৰথমগৰাকী অস্কাৰ বিজেতা,সত্যজিত ৰায় ! - ভাৰতীয় চিনেমা

১৯৯২ চনৰ ৩০ মাৰ্চ,সত্যজিত ৰায় হৈ পৰিছিল ভাৰতৰ প্ৰথমগৰাকী অস্কাৰ বিজেতা। কিন্তু নিজৰ জীৱনত তেওঁ এবাৰো অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা নাছিল যদিও অপ্ৰত্যাশিতভাৱেই এইদৰে অস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ।

ভাৰতৰ প্ৰথমগৰাকী অস্কাৰ বিজেতা, সত্যজিত ৰায় !

author img

By

Published : Apr 23, 2020, 3:47 PM IST

নিউজ ডেস্ক, ২৩ মাৰ্চঃ সত্যজিত ৰায়ৰ দৰে এগৰাকী প্ৰখ্যাত চিত্ৰ নিৰ্মাতাৰ বাবে অস্কাৰ লাভ কৰাটো জীৱনযোৰা সাধনাতকৈ কম নহয় । চিত্ৰ নিৰ্মাতাগৰাকীয়ে নিজে প্ৰকাশ কৰা অনুসৰি,অস্কাৰ লাভ কৰাটো তেওঁৰ জীৱনৰ এটা ক্লাইমেক্স আছিল ।

ভাৰতৰ প্ৰথমগৰাকী অস্কাৰ বিজেতা, সত্যজিত ৰায় !
ভাৰতৰ প্ৰথমগৰাকী অস্কাৰ বিজেতা, সত্যজিত ৰায় !

কেটেৰেক্ট আৰু দীৰ্ঘদিনীয়া হৃদৰোগৰ পৰা ক্ৰমে সুস্থ হৈ উঠাৰ সময়তে তেওঁৰ বাবে আহিছিল এই সোণালী বাৰ্তা । বিশ্বপ লেফৰয় ৰোডস্থিত চিত্ৰ নিৰ্মাতাগৰাকীৰ বাসগৃহৰ সন্মুখত তেতিয়া মানুহেই মানুহ ঠাহ খাই পৰিছিল ।

এই বঁটা লাভ কৰা সময়তে ৰায়ে নিজৰ জীৱনৰ ৩১সংখ্যক কথাছবিখন নিৰ্মাণ কৰি আছিল,তেওঁৰ অনুভৱ জানিব বিচৰাত এয়া তেওঁৰ কেৰিয়াৰৰ এটা ক্লাইমেক্স বুলি মন্তব্য কৰিছিল ।

১৯৯২ চনৰ এক আলোচনাত ৰায়ে কৈছিল, হয়,"মই এনেকুৱা এটা অৱস্থাত উপনীত হৈছো য'ত বঁটাবোৰ মোৰ বাবে কম যেনেই লাগে । কিন্তু মই এইটো ভবাই নাছিলো । এয়া মোৰ কেৰিয়াৰৰ ক্লাইমেক্স হিচাপে আহিছে । কাৰণ এগৰাকী চিত্ৰ নিৰ্মাতাৰ বাবে অস্কাৰ হৈছে নবেল পুৰস্কাৰ । আপুনি জানে,মই বহুত সুখী হৈছো। ইয়াৰ পিচত আৰু একো থাকিব নোৱাৰে । মই ইয়াতকৈ সন্মানীয় আৰু কিবা পাম বুলি আশা কৰিব নোৱাৰো।"

ৰায়ে ১৯৮৭ চনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ পৰা Legion d'honneur(Legion of Honour) বঁটাও লাভ কৰিছিল । চাৰ্লি চেপলিনৰ পিচতে সত্যজিত ৰায় হৈছে দ্বিতীয়গৰাকী ফিল্মৰ সৈতে জড়িত ব্যক্তি যাক অক্সফৰ্ড বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ।

ৰায় চেলুলয়ড বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফিল্ম অধ্যয়ন বিভাগৰ অংশ। আন্তঃৰাষ্ট্ৰীয় বঁটাৰ উপৰিও এইগৰাকী মহান ব্যক্তিয়ে তেওঁৰ ৪৩ বছৰীয়া কথাছবি কেৰিয়াৰত ৩২ টা ৰাষ্ট্ৰীয় কথাছবি পুৰস্কাৰ লাভ কৰিছিল ।

তেওঁৰ কথাছবি নিৰ্মাণৰ শেষৰ ফালে কথা ছবিক লৈ সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল । তেওঁ ভাৰতীয় চিনেমাক সমালোচনা কৰি কৈছিল যে,আমাৰ দেশত কথাছবি সমালোচক আৰু সমালোচনা অতিশয় নিম্ন ।

লগতে পঢ়কঃ ধৰিত্ৰী দিৱস উপলক্ষে বলীউদ তাৰকাৰ বিশেষ পোষ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.