ETV Bharat / sitara

জাৰ্চিৰ পিছত কিছুদিনৰ বিৰতি ল’ব বিচাৰে অভিনেতা শ্বাহিদ কাপুৰে

মহামাৰীৰ সময়ত শ্বুটিঙৰ অভিজ্ঞতা সন্দৰ্ভত শ্বাহিদে কৈছিল ‘জাৰ্চিয়ে ছাইৰ পৰা সৃষ্টি হোৱা এটি ফিনিক্সৰ কাহিনী বৰ্ণনা কৰিব ৷ এটি অপ্ৰতিৰোধ্য আত্মাৰ বিজয়ৰ কাহিনী ৷ যদি কেতিয়াবা এনে এটি সময় আছিল য’ত মই নিজকে এটি চৰিত্ৰৰ সৈতে সংযুক্ত কৰিব পাৰো, নিশ্চিতভাৱে এইটোৱেই সেই সময় ৷’

Shahid Kapoor to take a breather before shooting new film post Jersey
জাৰ্চিৰ পিছত কিছুদিনৰ বিৰতি ল’ব বিচাৰে অভিনেতা শ্বাহিদ কাপুৰে
author img

By

Published : Dec 18, 2020, 1:58 PM IST

চিটাৰা ডেস্ক,18 ডিচেম্বৰ: পুনৰ এক নতুন চৰিত্ৰত সোমোৱাৰ পূৰ্বে কিছুদিনৰ বিৰতি ল’ব বিচাৰে অভিনেতা শ্বাহিদ কাপুৰে ৷ সম্প্ৰতি শ্বহিদে জাৰ্চিৰ বাবে 47 দিনৰ শ্বুটিং সামাপ্ত কৰিছে ৷ নিজৰ এখন মিৰৰ ছেল্ফি ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰি অভিনেতা গৰাকীয়ে লিখে,"আৰু এটি যাত্ৰা সমাপ্ত হ’ল ৷ পুনৰ মই আন এজনৰ ৰূপ লোৱাৰ পূৰ্বে কিছুদিন মোৰ নিজৰ দৰে..."

মহামাৰীৰ সময়ত শ্বুটিঙৰ অভিজ্ঞতা সন্দৰ্ভত শ্বাহিদে কৈছিল ‘জাৰ্চিয়ে ছাইৰ পৰা সৃষ্টি হোৱা এটি ফিনিক্সৰ কাহিনী বৰ্ণনা কৰিব ৷ এটি অপ্ৰতিৰোধ্য আত্মাৰ বিজয়ৰ কাহিনী ৷ যদি কেতিয়াবা এনে এটি সময় আছিল য’ত মই নিজকে এটি চৰিত্ৰৰ সৈতে সংযুক্ত কৰিব পাৰো, নিশ্চিতভাৱে এইটোৱেই সেই সময় ৷’

জাৰ্চি ছবিখনে অৰ্জুন নামৰ এগৰাকী প্ৰতিভাবান কিন্তু পৰাজিত খেলুৱৈ, যি নিজৰ ল’ৰাৰ আশা পূৰ্ণ কৰাৰ বাবে 40ৰ ওচৰা ওচৰি বয়সত ভাৰতৰ হৈ খেলাৰ বাবে পুনৰ ক্ৰিকেটলৈ উভটি আহে তেখেতৰ কাহিনী দৰ্শাব ৷ এই স্পৰ্টছ ড্ৰামাখন একে নামৰে এখন তেলুগু ছবিৰ ৰিমেক ৷ জাৰ্চি ছবিখন পৰিচালনা কৰিছে গৌতম তিন্নানুৰীয়ে ৷

লগতে পঢ়ক-'Wonder Woman' ছবিত পৰিধান কৰা হেডগেয়াৰৰ ফটো শ্বেয়াৰ গাল গডোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.