ETV Bharat / sitara

কৰ্কট ৰোগৰ যুদ্ধখনত জয়ী সঞ্জয় দত্ত

author img

By

Published : Oct 21, 2020, 6:59 PM IST

কৰ্কট ৰোগৰ যুদ্ধখনত জয়ী হ'ল বলীউড তাৰকা সঞ্জয় দত্ত ৷ বুধবাৰে এক টুইটযোগে এই বিষয়ে জানিবলৈ দিয়ে অভিনেতা গৰাকীয়ে ৷

কৰ্কট ৰোগৰ যুদ্ধখনত জয়ী সঞ্জয় দত্ত
কৰ্কট ৰোগৰ যুদ্ধখনত জয়ী সঞ্জয় দত্ত

চিটাৰা ডেস্ক, 21 অক্টোবৰ: বলীউড তাৰকা সঞ্জয় দত্তই বুধবাৰে ঘোষণা কৰে যে, তেওঁ কৰ্কট ৰোগৰ যুদ্ধখনত "বিজয়ী" হৈছে ৷ লগতে তেওঁৰ শুভাকাংক্ষী আৰু অনুৰাগী সকলক তেওঁৰ এই যাত্ৰাত সমৰ্থন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

61 বৰ্ষীয় অভিনেতা গৰাকীয়ে টুইটাৰত তেওঁৰ সন্তানৰ জন্মদিন উপলক্ষে টুইটাৰত প্ৰদান কৰা এটা পোষ্টত এই বিষয়ে জানিবলৈ দিয়ে ৷ আজি তেওঁৰ দুই সন্তান শ্বাহৰান আৰু ঈকৰাই 10 বছৰ সম্পূৰ্ণ কৰে ৷

ইয়াৰ পূৰ্বেও পৰিয়ালৰ সূত্ৰে পিটিআইক জনাইছিল যে, অভিনেতা গৰাকীৰ চিকিৎসাই ভাল প্ৰতিক্ৰিয়া প্ৰদান কৰিছে ৷ সঞ্জয় দত্তই তেওঁ চিকিৎসাধীন হৈ থকা চিকিৎসালয় খনৰ চিকিৎসক আৰু আন আন কৰ্মকৰ্তা সকলকো কৃতজ্ঞতা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: সম্পন্ন হ’ল নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ ‘ৰোকা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.