ETV Bharat / sitara

অতি লেহেমীয়া গতিৰে আগবাঢ়িছে অনুৰাগ কাশ্যপৰ তদন্ত: পায়েল ঘোষ

author img

By

Published : Oct 7, 2020, 6:46 PM IST

কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ৰ ৰাজ্যিক বিভাগৰ মন্ত্ৰী জি, কিষাণ ৰেড্ডীক সাক্ষাৎ কৰি বুধবাৰে অভিনেত্ৰী পায়েল ঘোষে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে থকা অভিযোগৰ তদন্ত সম্পৰ্কে অৱগত কৰে ৷

পায়েল ঘোষ
পায়েল ঘোষ

চিটিৰা ডেস্ক, 7 অক্টোবৰ: অভিনেত্ৰী পায়েল ঘোষে বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ৰ ৰাজ্যিক বিভাগৰ মন্ত্ৰী জি, কিষাণ ৰেড্ডীক লগ কৰি, ছবি নিৰ্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে থকা অভিযোগৰ তদন্ত সম্পৰ্কে অৱগত কৰে ৷ বৰ্তমান মুম্বাই আৰক্ষীয়ে তেওঁ ৰুজু কৰা গোচৰৰ ভিত্তিত বিষয়টো তদন্ত কৰি আছে ৷

অতি লেহেমীয়া গতিৰে আগবাঢ়িছে অনুৰাগ কাশ্যপৰ তদন্ত: পায়েল ঘোষ

ঘোষে কয়,"মই মন্ত্ৰীৰ সৈতে গোচৰ সম্পৰ্কে অৱগত কৰিবলৈ সাক্ষাৎ কৰো ৷ মুম্বাই আৰক্ষীয়ে অনুসন্ধান চলাই থাকিলেও অনুৰাগ কাশ্যপ এতিয়াও মুকলিকৈ ঘূৰি আছে ৷"

ইয়াৰোপৰি তেওঁ কয়, "মোৰ এনে লাগিছে যে, অনুৰাগ কাশ্যপৰ বিৰুদ্ধে তদন্ত অতি লেহেমীয়া গতিৰে আগবাঢ়িছে ৷ প্ৰয়োজনত মই এই বিষয়ে কেন্দ্ৰ চৰকাৰৰ হস্তক্ষেপৰ বাবেও অনুৰোধ জনাম ৷"

লগতে পঢ়ক: ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদনত মঞ্জুৰী বম্বে উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.