ETV Bharat / sitara

ৰাসৰ মাজতে পাঠশালাত টীম প্ৰতিঘাতৰ প্ৰচাৰ অভিযান

author img

By

Published : Nov 15, 2019, 11:27 PM IST

কাঞ্চনজংঘা, ৰত্নাকৰৰ ব্যাপক সফলতাৰ পাচত এইবাৰ আহি আছে নতুন অসমীয়া বোলছবি অমৃতা গগৈৰ "প্ৰতিঘাত"৷ ৰাজ্যজুৰি টীম প্ৰতিঘাতৰ মাৰাথান প্ৰচাৰ অভিযান ৷

ৰাসৰ মাজতে পাঠশালাত টীম প্ৰতিঘাতৰ প্ৰচাৰ অভিযান

পাঠশালা, 15 নৱেম্বৰ: শুকুৰবাৰে ৰাসৰ-আনন্দ উল্লাসৰ মাজতে শিক্ষা নগৰী পাঠশালা আহিব লগা নতুন অসমীয়া বিগ বাজেট বোলছবি প্ৰতিঘাতৰ প্ৰচাৰ চলালে টীম প্ৰতিঘাতে ৷ মোহময়ী অভিনেতা অমৃতা গগৈ আৰু "মহেঞ্জোদাৰো" খ্যাত অভিনেতা দিগন্ত হাজৰিকাই মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখন অহা 6 ডিচেম্বৰত চিত্ৰগৃহত মুক্তি লাভ কৰিব ৷ ছবিখনৰ প্ৰচাৰ অভিযানৰ অংশস্বৰূপেই পাঠশালা, পাটাছাৰকুছি আৰু হেলেনাৰ ৰাসস্থলীত প্ৰচাৰ চলালে অমৃতা গগৈ,দিগন্ত হাজৰিকা সহিতে টীম প্ৰতিঘাতে ৷ প্ৰচাৰ কালচোৱাত ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিলে প্ৰচাৰকাৰী দলটোৱে ৷ উল্লেখযোগ্য যে,"প্ৰতিঘাত"ৰ প্ৰায় আশী শতাংশ চিত্ৰগ্ৰহণ সম্পন্ন হৈছে পাঠশালাত তাক লৈ এতিয়া আনন্দৰ জোৱাৰ উঠিছে শিক্ষা নগৰীত ৷

ইয়াৰ পূৰ্বেও অসমীযা ছবি জগতৰ কেইখন মান জনপ্ৰিয় উল্লেখযোগ্য সফল ছবি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী জাহ্নু বৰুৱাৰ হালধীয়া চৰায়ে বাওধান খায়, ড৹ ভবেন্দ্ৰ নাথ শইকীয়াৰ আবৰ্তন, দীনবন্ধু আৰু ফিৰিঙতিৰ দৃশ্যগ্ৰহণো পাঠশালাতে সম্পন্ন কৰা হৈছিল ৷ পাঠশালাৰ সন্তান অচিন্ত্য শংকৰে পৰিচালনা কৰা ছবিখনক পাঠশালাৰ প্ৰেক্ষাপটতেই নিৰ্মাণ কৰা হৈছে ৷ ইফালে প্ৰচাৰ কালত ৰাইজৰ ব্যাপক মৰম সঁহাৰি লাভ কৰি আপ্লুত হৈ পৰিল টীম প্ৰতিঘাত ৷

ৰাসৰ মাজতে পাঠশালাত টীম প্ৰতিঘাতৰ প্ৰচাৰ অভিযান

আৰু পঢ়ক: আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতাৰ সামৰণি

Intro:Pathsala Pratighat special

প্ৰতিঘাত ত প্ৰতিফলন ঘটিব শিক্ষা নগৰী পাঠশালা ll

হালধীয়া চৰায়ে বাওধান খায়, দিনবন্ধু, ফিৰিঙতি অাৰু আৱৰ্তনৰ পিছত প্ৰতিঘাত ll

বজালীৰ বিভিন্ন ৰাস মহোৎসৱ থলীত টিম প্ৰতিঘাতক ভৰপূৰ সংবৰ্ধনা ll

ৰাস চাই selfi উঠাত মগ্ন দিগন্ত - অমৃতা ll

পাঠশালা, পাটাছাৰকুছি অাৰু হেলনা ৰাসত টিম প্ৰতিঘাতক ভৰপূৰ স্বাগতম llBody:Pathsala Pratighat special

পাঠশালা, ১৫ নবেম্বৰ: অসমীযা ছবি জগতৰ কেইখন মান জনপ্ৰিয় উল্লেখযোগ্য সফল ছবিৰ ভিতৰতে হালধীয়া চৰায়ে বাওধান খায়, ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ আবৰ্তন, দীনবন্ধু অাৰু ফিৰিঙতি উল্লেখযোগ্য l এই কেইখন ছবিৰ দৃশ্যগ্ৰহণ হৈছিল পাঠশালা ৰ লগতে বজালীৰ বিভিন্ন প্ৰান্তত l কিন্তু এইবাৰ মুক্তি পাবলগীয়া প্ৰতিঘাত ত 80% ই প্ৰতিফলিত হব পাঠশালা l তাক কেন্দ্ৰ কৰি পাঠশালা ত এতিয়া আনন্দৰ জোৱাৰ l এক ৰিপৰ্ট -

Vo - 1
অসমীযা ছবিৰ এতিয়া জেন সোণালী দিনৰ আগমন ঘটিছে l ৰত্নাকৰৰ সাফল্যৰ পিছত এতিয়া 6 ডিচেম্বৰত ছবি গৃহলৈ আহিব বিগ্ বাজেট ৰ ছবি প্ৰতিঘাত l এই ছবিখন প্ৰচাৰৰ বাবে অহা টিম প্ৰতিঘাত ক কালি পাঠশালা, পাটাছাৰকুছি অাৰু হেলনা ৰাস মহোৎসৱ ত ভৰপূৰ সংবৰ্ধনা জনোৱা হয় l ৰাস উৎসৱৰ ভিৰত মৰমৰ অভিনেত্ৰী দিগন্ত হাজৰিকা অাৰু অমৃতা ক ওচৰতে পাই বহুজন ব্যস্ত হয় selfie তোলাত l তাৰে মাজতে দিগন্ত হাজৰিকা অাৰু অমৃতা গগৈ এ ও নিজে selfie মাৰি স্মৃতি যুগমীয়া কৰি ৰাসৰ আনন্দ উপভোগ কৰে l

Byte - অমৃতা গগৈ

Vo - 2

উল্লেখযোগ্য যে পাঠশালাৰ সন্তান অচিন্ত্য শংকৰৰ পৰিচালনাত পাঠশালাৰ প্ৰেক্ষাপটত নিৰ্মিত হৈছে ছবিখন l ইয়াৰ পূৰ্বে বজালী ত বিখ্যাত অসমীযা ছবি হালধীয়া চৰায়ে বাওধান খায়, দীনবন্ধু, ফিৰিঙতি অাৰু আবৰ্তনৰ দৃশ্যগ্ৰহণ হৈছিল বজালীত যিবোৰ ছবি অসমৰ ছবি জগতৰ সম্পদ l কিন্তু অত্যাধুনিক পদ্ধতিৰে পাঠশালা অাৰু জাকত জিলিকাকৈ উপস্থাপন হব প্ৰতিঘাতত l

Byte - 2
দিগন্ত হাজৰিকা

Vo - 3

স্বাভাৱিকতে কালি পাঠশালাৰ বিভিন্ন ঠাইত ৰাইজৰ অভূতপূৰ্ব মৰম অাৰু সঁহাৰি লাভ কৰি আপ্লুত হৈ পৰে অচিন্ত্য শংকৰ অাৰু শিল্পী সকল l

Byte - অচিন্ত্য শংকৰ
Byte জ্লি লস্কৰ

End vo
ইপিনে অহা 30 তাৰিখে ছবিখন প্ৰচাৰৰ বাবে পাঠশালাত এটা বিশাল বাইক rally ৰ আয়োজন কৰা হৈছে l আশা কৰা হৈছে যে ৰাজদীপৰ চিত্ৰ নাট্যৰ আধাৰত মুক্তি পাবলগীয়া ছবিখনক দৰ্শকে নিৰাশ নকৰে l

Conclusion:Pathsala Pratighat special

বাইট-৪
ভিডিঅ'-৫
ফটো-১

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.