ETV Bharat / sitara

এইবাৰ বিগ স্ক্ৰীণত গুৱাহাটীৰ কৃত্ৰিম বান - পলাশ গগৈ

গুৱাহাটী মহানগৰীৰৰ কৃত্ৰিম বানৰ ভয়াৱহতাক লৈ নিৰ্মাণ হৈছে নতুন অসমীয়া চলচিত্ৰ

এইবাৰ বিগ স্ক্ৰীণত গুৱাহাটীৰ কৃত্ৰিম বান
author img

By

Published : Apr 21, 2019, 6:28 PM IST

নিউজ ডেস্ক,21 এপ্ৰিলঃ কৃত্ৰিম বানত মহানগৰবাসীয়ে জীয়াতু ভোগাৰ দৃশ্যই এইবাৰ ভুমুকি মাৰিব চেলুলয়ডত ৷ বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈয়ে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ ভয়াৱহতাক লৈ নিৰ্মাণ কৰিছে 'মাকনৰ স্কুল' শীৰ্ষক এখন নতুন অসমীয়া ছবি ৷ ক্ৰিয়েটিভ ভিজন এন্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মিত ছবিখনৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷

etv assam
এইবাৰ বিগ স্ক্ৰীণত গুৱাহাটীৰ কৃত্ৰিম বান

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাজীৱ ক্ৰ',প্ৰণামী বৰা,বৰ্ণালী দত্তৰ লগতে দুই শিশু শিল্পী ৰ’দালি বৰা আৰু নয়ন দাসে ৷ চলচিত্ৰ খনৰ সংগীতেৰে সজাইছে পলাশ গগৈয়ে ৷ বৰ্তমানলৈকে ঠিৰাং হোৱা নাই ছবি খনৰ মুক্তিৰ দিন ৷

নিউজ ডেস্ক,21 এপ্ৰিলঃ কৃত্ৰিম বানত মহানগৰবাসীয়ে জীয়াতু ভোগাৰ দৃশ্য এই বাৰ ভুমুকি মাৰিব চেলুলয়ডত ৷ বিশিষ্ট পৰিচালক চন্দ্ৰ মূদৈয়ে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ ভয়াৱহতাক লৈ নিৰ্মাণ কৰিছে 'মাকণৰ স্কুল' শীৰ্ষক এখন নতুন অসমীয়া ছবি ৷ ক্ৰিয়েটিভ ভিজন এন্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মিত ছবিখনৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাজীৱ ক্ৰ',প্ৰণামী বৰা,বৰ্ণালী দত্তৰ লগতে দুই শিশু শিল্পী ৰদালি বৰা আৰু নয়ন দাসে ৷ চলচিত্ৰ খনৰ সংগীতেৰে সজাইছে পলাশ গগৈয়ে ৷ বৰ্তমানলৈকে ঠিৰাং হোৱা নাই ছবি খনৰ মুক্তিৰ দিন ৷ 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.