ETV Bharat / sitara

‘হাম আপকে হে কৌন’ৰ 25 বছৰ - চালমান খান

100 কোটি টকা উপাৰ্জন কৰা প্ৰথম ভাৰতীয় ছবি আছিল ‘হাম আপকে হে কৌন’ ৷

‘হাম আপকে হে কৌন’ৰ 25 বছৰ
author img

By

Published : Aug 5, 2019, 11:49 PM IST

নিউজ ডেস্ক, 5 আগষ্ট: মাধুৰী দীক্ষিত চালমান খান অভিনীত ছবি ‘হাম আপকে হে কৌন’ৰ 25 বছৰ সম্পূৰ্ণ হোৱাত উৎফল্লিত হৈ পৰিছে অভিনেত্ৰীগৰাকী ৷ 90ৰ দশকৰ সকলোতকৈ চৰ্চিত ছবিখন আছিল 1982ত নিৰ্মিত ছবি ‘নদীয়া কে পাৰ’ৰ ৰিমেক ৷ 100 কোটি টকা উপাৰ্জন কৰা প্ৰথম ভাৰতীয় ছবি আছিল ‘হাম আপকে হে কৌন’ ৷ ছবিখনে লাভ কৰিছিল 13 টাকৈ ফিল্মফেয়াৰ বঁটা ৷ ছবিখনৰ নিৰ্দেশক আছিল সুৰজ বৰ্জাটিয়া ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.