মুম্বাই, 27 মে': ৰামগোপাল বাৰ্মাই মুকলি কৰিছে তেওঁৰ নতুন ছবিৰ ট্ৰেইলাৰ । তামিল ভাষাত নিৰ্মাণ হোৱা ছবিখনৰ নাম ৰখা হৈছে কৰ'ণা ভাইৰাছ আৰু ছবিখন "মহামাৰী" আৰু "লক ডাউনৰ" বিষয়বস্তুৰ ওপৰতে নিৰ্মাণ কৰা হৈছে । ছবিখনৰ শ্বুটিঙো কৰা হৈছে লক ডাউনৰ সময়চোৱাতে ।
-
Here is the CORONAVIRUS film trailer..The story is set in a LOCKDOWN and it has been SHOT during LOCKDOWN ..Wanted to prove no one can stop our work whether it’s GOD or CORONA @shreyaset https://t.co/fun1Ed36Sn
— Ram Gopal Varma (@RGVzoomin) May 26, 2020 " class="align-text-top noRightClick twitterSection" data="
">Here is the CORONAVIRUS film trailer..The story is set in a LOCKDOWN and it has been SHOT during LOCKDOWN ..Wanted to prove no one can stop our work whether it’s GOD or CORONA @shreyaset https://t.co/fun1Ed36Sn
— Ram Gopal Varma (@RGVzoomin) May 26, 2020Here is the CORONAVIRUS film trailer..The story is set in a LOCKDOWN and it has been SHOT during LOCKDOWN ..Wanted to prove no one can stop our work whether it’s GOD or CORONA @shreyaset https://t.co/fun1Ed36Sn
— Ram Gopal Varma (@RGVzoomin) May 26, 2020
মঙলবাৰৰ সন্ধিয়া টুইটাৰ ব্যৱহাৰ কৰি তেওঁ চাৰি মিনিট দৈৰ্ঘ্যৰ ট্ৰেইলাৰটো মুকলি কৰে । তেওঁ টুইটত ছবিখনৰ শ্বুটিং লক ডাউনৰ মাজতে কৰাৰ কথা প্ৰকাশ কৰি ছবিখনৰ বিষয়ে উল্লেখ কৰে আৰু লগতে লিখে যে, "...প্ৰমাণ কৰিব বিছাৰো যে, কোনেও আমাৰ কামত বাধা হ'ব নোৱাৰে, লাগিলে ঈশ্বৰে হওঁক বা কৰ'ণাই হওক ।"
-
CORONAVIRUS is a film about the fears in all of us ..it TESTS the POWER of LOVE against the FEAR of DISEASE and DEATH https://t.co/fun1Ed36Sn
— Ram Gopal Varma (@RGVzoomin) May 26, 2020 " class="align-text-top noRightClick twitterSection" data="
">CORONAVIRUS is a film about the fears in all of us ..it TESTS the POWER of LOVE against the FEAR of DISEASE and DEATH https://t.co/fun1Ed36Sn
— Ram Gopal Varma (@RGVzoomin) May 26, 2020CORONAVIRUS is a film about the fears in all of us ..it TESTS the POWER of LOVE against the FEAR of DISEASE and DEATH https://t.co/fun1Ed36Sn
— Ram Gopal Varma (@RGVzoomin) May 26, 2020
এই চিনেমাখনত থাকিব শ্ৰীকান্ত আয়েংগাৰ । অৱশ্যে ছবিখন কেতিয়া মুকলি কৰিব তাৰ নিৰ্দিষ্ট দিন উল্লেখ কৰা নাই ।