ETV Bharat / sitara

vidya Balan latest updates: ৰিলেছনশ্বিপ ড্ৰামাত অধিক আগ্ৰহী বিদ্যা বালান

author img

By

Published : Mar 25, 2022, 9:17 PM IST

Updated : Mar 26, 2022, 11:57 AM IST

বলীউড তাৰকা বিদ্যা বালানে কয় যে এগৰাকী অভিনেত্ৰী হিচাপে সম্পৰ্কৰ পটভূমিত ৰচনা কৰা নাটক তেওঁৰ প্ৰিয় ৷ প্ৰতীক গান্ধীৰ সৈতে এনে এটা প্ৰকল্পৰ অংশ হ'বলৈ পাই আনন্দিত হৈ পৰিছে বিদ্যা (Vidya Balan latest updates) ।

Bidya Balan latest updates
ৰিলেছনশ্বিপ ড্ৰামাত অধিক আগ্ৰহী বিদ্যা বালান

চিটাৰা ডেস্ক, 25 মাৰ্চ: বলীউড তাৰকা বিদ্যা বালানে ৰিলেছনশ্বিপ ড্ৰামা কৰি ভাল পাই (Vidya Balan loves relationship drama) ৷ বিদ্যাই কয় যে এগৰাকী অভিনেত্ৰী হিচাপে সম্পৰ্কৰ পটভূমিত ৰচনা কৰা নাটক তেওঁৰ প্ৰিয় ৷ ছবিৰ বিভিন্ন ধাৰাৰ মাজত এই ধাৰাত অভিনয়ৰ বাবে তেওঁ সদায় আগ্ৰহী ৷

"স্কেম 1992" তাৰকা প্ৰতীক গান্ধীৰ সৈতে এনে এটা প্ৰকল্পত একেলগে কাম কৰিবলৈ পাই বিদ্যা বালান উৎফুল্লিত হৈ পৰিছে (Vidya Balan latest updates) ৷ বৰ্তমানলৈকে নাম থিৰাং নোহোৱা চলচ্চিত্ৰখন প্ৰখ্যাত বিজ্ঞাপন চলচ্চিত্ৰ নিৰ্মাতা টপ গুহা ঠাকুৰতাৰ দ্বাৰা পৰিচালিত আৰু এপোলোচ এণ্টাৰটেইনমেণ্ট আৰু এলিপ্চিছ এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰযোজিত হ’ব ।

দ্য ডাৰ্টি পিকচাৰ, কাহানি, তুমহাৰী চুলু, শকুন্তলা দেৱী, শ্বেৰ্নী আদি ছবিৰে দৰ্শকৰ প্ৰিয় হৈ পৰা বালানে কয় যে তেওঁ ৰোমাঞ্চ ধাৰাৰ সৈতে কাম কৰাৰ বাবে সদায় আগ্ৰহী । মই ৰিলেছনশ্বিপ ড্ৰামা কৰি ভাল পাওঁ ৷ এই নতুন প্ৰজেক্টটো আধুনিক বিবাহ, আধুনিক এফেয়াৰৰ কাহিনীৰে ভৰপূৰ যিটো বিষয়ত কাম কৰি মই অভিনয়ক উপভোগ কৰো ।

মই দীৰ্ঘদিন ধৰি তেনেকুৱা কিবা এটা প্ৰজেক্টৰ বাবেই ৰৈ আছিলো । কিন্তু বৰ্তমানে মোৰ হাতত আহি পৰা এই ছবিখন মই কল্পনা কৰাতকৈয়ো অধিক মনোগ্ৰাহী । ৪৩ বছৰীয়া অভিনেতাগৰাকীয়ে এইদৰে মনৰ ভাৱ প্ৰকাশ কৰি ছবিখনৰ বিষয়টোৰ বাবে পৰিচালকৰ প্ৰশংসা কৰে । ছবিখনত ইলিয়ানা ডিক্ৰুজ আৰু ভাৰতীয়মূলৰ আমেৰিকান অভিনেতা চেন্থিল ৰামমূৰ্তিয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

বৰ্তমানলৈকে নাম ঠিক নোহোৱা ছবিখনৰ দলটোৱে ২০২১ চনৰ ডিচেম্বৰত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছিল (Vidya Balan upcoming project)। বিদ্যাই বৰ্তমান শেহতীয়াকৈ মুক্তি প্ৰাপ্ত জলছাত তেওঁৰ সুন্দৰ অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰিছে ৷ নিজৰ ছবি ছবিগৃহত মুক্তি পোৱাৰ আশাত ৰৈ আছে বিদ্যা বালান ৷ মেননৰ সৈতে শীঘ্ৰেই তেওঁৰ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব ।

লগতে পঢ়ক: শ্বেহনাজ গীলৰ শেহতীয়া ফটোশ্বুটত ফুটি উঠিল Summer retro vibes

Last Updated : Mar 26, 2022, 11:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.