ETV Bharat / sitara

মুক্তি পালে দিল বেচাৰাৰ দ্বিতীয়টো গীত

মুক্তি পালে জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি দিল বেচাৰাৰ দ্বিতীয়টো গীত তাৰে গিন ৷ এ.আৰ.ৰহমানে সংগীত পৰিচালনা কৰা গীতটি মুক্তিৰ পিছত যথেষ্ট সঁহাৰি লাভ কৰিছে দৰ্শকৰ পৰা ৷

author img

By

Published : Jul 15, 2020, 8:58 PM IST

Sushant singh Rajputs film Dil Bechara song tare ginn released
মুক্তি পালে দিল বেচাৰাৰ দ্বিতীয়টো গীত

চিটাৰা ডেস্ক,15 জুলাইঃ বিগত কেইদিনত মুক্তি লাভ কৰিছিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি দিল বেচাৰাৰ ট্ৰেইলাৰ আৰু প্ৰথমটো গীত ৷ দুয়োটাই মানুহৰ যথেষ্ট সমাদৰ লাভ কৰিছিল ৷ ট্ৰেইলাৰটোৱে আকৌ হলীউডৰ ছবিৰ ৰেকৰ্ডৰ ভাঙিবলৈও সক্ষম হৈছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বুধবাৰে মুক্তি পালে সুশান্তৰ অন্তিম ছবিখনৰ দ্বিতীয়টো গীত ৷মোহিত চৌহান শ্ৰেয়া ঘোষালে কন্ঠদান কৰা তাৰে গিন নামৰ গীতটিৰ সংগীত পৰিচালনা কৰিছে এ.আৰ.ৰহমানে ৷

মঙলবাৰে অভিনেতা সুশান্ত সিঙৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হয় ৷ বৰ্তমান তাৰে গিন নামৰ সুশান্তৰ এই গীতটোৱে যথেষ্ট আৱেগিক কৰি তুলিছে দৰ্শকসকলক ৷

উল্লেখ্য যে, দৰ্শকৰ বহু প্ৰত্যাশিত ছবিখন অহা 24 জুলাই তাৰিখে মুক্তি লাভ কৰিব অ'টিটি প্লেটফৰ্মত ৷

লগতে পঢ়কঃমাস্ক,ফেচ ছিল্ড পিন্ধি স্ক্ৰীণত ওলাল টেলিভিছনৰ তাৰকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.