চিটাৰা ডেস্ক,5 আগষ্টঃ বুধবাৰে কেন্দ্ৰই উচ্চতম ন্যায়ালয়েক জনালে যে,অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত চি.বি.আই তদন্ত কৰাৰ বাবে বিহাৰ চৰকাৰে কৰা আবেদন মঞ্জুৰ কৰিছে কেন্দ্ৰই ৷
-
Solicitor General Tushar Mehta states before Supreme Court that Centre has accepted Bihar govt's request recommending CBI enquiry into #SushantSinghRajput death case.
— ANI (@ANI) August 5, 2020 " class="align-text-top noRightClick twitterSection" data="
SC is hearing Rhea Chakraborty's petition seeking direction for transfer of investigation from Patna to Mumbai. pic.twitter.com/YTlUPvBOQn
">Solicitor General Tushar Mehta states before Supreme Court that Centre has accepted Bihar govt's request recommending CBI enquiry into #SushantSinghRajput death case.
— ANI (@ANI) August 5, 2020
SC is hearing Rhea Chakraborty's petition seeking direction for transfer of investigation from Patna to Mumbai. pic.twitter.com/YTlUPvBOQnSolicitor General Tushar Mehta states before Supreme Court that Centre has accepted Bihar govt's request recommending CBI enquiry into #SushantSinghRajput death case.
— ANI (@ANI) August 5, 2020
SC is hearing Rhea Chakraborty's petition seeking direction for transfer of investigation from Patna to Mumbai. pic.twitter.com/YTlUPvBOQn
সুশান্তৰ মৃত্যুৰ ডেৰ মাহৰ পিছতো কোনো শুংসূত্ৰ নোলাল মৃত্যুৰ ৰহস্যৰ ৷ এতিয়ালৈকে জানিব পৰা হোৱা নাই অভিনেতাগৰাকীৰ মৃত্যুৰ কাৰণ ৷ Solicitor General তুষাৰ মেহতাই বিচাৰক এচ.ৰায়ক জনাইছে বিহাৰ চৰকাৰে কৰা আবেদনৰ ভিত্তিত সুশান্তৰ মৃত্যুৰ তদন্তৰ দ্বায়িত্ব চি.বি.আইক অৰ্পণ কৰা হৈছে ৷
এইখিনিতে জনাই থওঁ যে, সুশান্তৰ পিতৃ কে.কে সিঙৰ দাবীৰ ভিত্তিতে বিহাৰ চৰকাৰে চি.বি.আই তদন্তৰ আবেদন জনায় ৷ মঙলবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিহাৰ চৰকাৰৰ তৰফৰ পৰা আবেদন জনাইছিল আৰু বুধবাৰে কেন্দ্ৰই মঞ্জুৰ কৰে এই আবেদন ৷
লগতে পঢ়কঃ লাডাখ আৰু জম্মু-কাশ্মীৰত চীনৰ আক্ৰমণৰ প্ৰভাৱ