চিটাৰা ডেস্ক,25 জানুৱাৰীঃ 24 জানুৱাৰীত মুক্তি লাভ কৰিছে ৰেম' ডিচুজাৰ দ্বাৰা নিৰ্দেশিত ছবি ষ্ট্ৰীট ডাঞ্চাৰ 3 ডি আৰু অশ্বিনী আয়াৰ তিৱাৰীৰ ছবি পাংগা ৷ এফালে যদি ৰেম' ডিচুজাই অসাধাৰণ নৃত্য ভংগীমাৰে কাহিনী উপস্থাপন কৰিছে আনফালে অশ্বিনী আয়াৰে কাবাডী খেলৰ জৰিয়তে কাহিনীটোৰ এক সুন্দৰ উপস্থাপন কৰিছে ৷
-
#StreetDancer3D opens in double digits on Day 1... Should’ve collected higher, since youth-centric films, generally, open big... Biz affected in #Mumbai circuit due to #Tanhaji wave... Big growth on Day 2 and 3 essential for a strong total... Fri ₹ 10.26 cr. #India biz.
— taran adarsh (@taran_adarsh) January 25, 2020 " class="align-text-top noRightClick twitterSection" data="
">#StreetDancer3D opens in double digits on Day 1... Should’ve collected higher, since youth-centric films, generally, open big... Biz affected in #Mumbai circuit due to #Tanhaji wave... Big growth on Day 2 and 3 essential for a strong total... Fri ₹ 10.26 cr. #India biz.
— taran adarsh (@taran_adarsh) January 25, 2020#StreetDancer3D opens in double digits on Day 1... Should’ve collected higher, since youth-centric films, generally, open big... Biz affected in #Mumbai circuit due to #Tanhaji wave... Big growth on Day 2 and 3 essential for a strong total... Fri ₹ 10.26 cr. #India biz.
— taran adarsh (@taran_adarsh) January 25, 2020
চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শই চ'ছিয়েল মিডিয়াত দুয়োখন চলচ্চিত্ৰৰে বক্স অফিচত প্ৰথমদিনৰ অৰ্জন প্ৰকাশ কৰিছে ৷ ষ্ট্ৰীট ডাঞ্চাৰ 3 ডিয়ে প্ৰথম দিনাই ডাবল ডিজিটেৰে আৰম্ভণি কৰে ৷ যুৱ প্ৰজন্মক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবিখনে তানহাজী ঢৌৰ মাজতে যথেষ্ট ভাল অৰ্জন কৰিছে ৷ মুক্তিৰ দিনাই ছবিখনে অৰ্জন কৰে 10.26 কোটি টকা ৷ ইফালে অশ্বিনী আয়াৰৰ পাংগাই তুলনাত্মক ৰূপত প্ৰথমটো দিনত ইমান ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা নাই ৷ মুক্তিৰ প্ৰথমটো দিনত ছবিখনে অৰ্জন কৰিছে 2.70 কোটি টকা ৷
-
#Panga records a low total on Day 1... Gathered momentum towards evening shows at select multiplexes, but occupancy at multiplexes of Tier-2 and 3 cities remained dull... Strong word of mouth should ensure growth on Day 2 and 3... Fri ₹ 2.70 cr. #India biz.
— taran adarsh (@taran_adarsh) January 25, 2020 " class="align-text-top noRightClick twitterSection" data="
">#Panga records a low total on Day 1... Gathered momentum towards evening shows at select multiplexes, but occupancy at multiplexes of Tier-2 and 3 cities remained dull... Strong word of mouth should ensure growth on Day 2 and 3... Fri ₹ 2.70 cr. #India biz.
— taran adarsh (@taran_adarsh) January 25, 2020#Panga records a low total on Day 1... Gathered momentum towards evening shows at select multiplexes, but occupancy at multiplexes of Tier-2 and 3 cities remained dull... Strong word of mouth should ensure growth on Day 2 and 3... Fri ₹ 2.70 cr. #India biz.
— taran adarsh (@taran_adarsh) January 25, 2020
এইখিনিতে জনাই থওঁ যে, পাংগা ছবিখনৰ জৰিয়তে এগৰাকী মহিলা কাবাডী খেলুৱৈৰ জীৱন কাহিনী বৰ্ণনা কৰাৰ প্ৰয়াস কৰিছে ৷ খেলুৱৈগৰাকীয়ে মাতৃ হোৱাৰ পিছতো সকলো দ্বায়িত্বৰ মাজতো বহু বিৰতিৰ পিছত পুনৰ কেনেকৈ খেল পথাৰত নামে ,ছবিখনে সেই সকলোখিনি কথাই সুন্দৰ ৰূপত প্ৰতিফলন কৰাৰ প্ৰয়াস কৰিছে ৷
লগতে পঢ়কঃকংগনাৰ পাংগা চাই কেনে পালে দৰ্শককে