ETV Bharat / sitara

পুনৰ আহি আছে দ্য কপিল শৰ্মা শ্ব',প্ৰথম অতিথি হ'ব চনু চুড

author img

By

Published : Jul 30, 2020, 8:16 PM IST

লক ডাউনৰ বাবে 4 মাহৰ বিৰতিৰ পিছত পুনৰ আহি আছে জনপ্ৰিয় শ্ব' দ্য কপিল শৰ্মা শ্ব' ৷ শ্ব'টোৰ এইবাৰৰ প্ৰথম অতিথি হ'ব জনপ্ৰিয় অভিনেতা চনু চুড ৷

sonu sood will be first guest on the kapil sharma show fresh episodes
পুনৰ আহি আছে দ্য কপিল শৰ্মা শ্ব'

চিটাৰা ডেস্ক,30 জুলাইঃ চনী এন্টাৰটেইনমেন্টৰ জনপ্ৰিয় শ্ব' দ্য কপিল শৰ্মা শ্ব' পুনৰ আৰম্ভ হ'ব 4 মাহৰ বিৰতিৰ পিছত ৷ 1 আগষ্টৰ পৰা আৰম্ভ হ'ব দৰ্শকৰ এই জনপ্ৰিয় অনুষ্ঠানটি ৷

বিৰতিৰ পিছত এইবাৰ শ্ব'টোৰ প্ৰথম অতিথি হ'ব জনপ্ৰিয় অভিনেতা চনু চুড ৷ শেহতীয়াকৈ নিজৰ মহানুভৱতাৰ জনপ্ৰিয়তাৰ শিখৰত আছে অভিনেতাগৰাকী ৷

sonu sood will be first guest on the kapil sharma show fresh episodes
চনু চুড

ইতিমধ্যে শ্ব'টোৰ প্ৰম' মুকলি কৰা হৈছে দৰ্শকৰ বাবে ৷

এই শ্ব'ত সকলো কাষ্ট আৰু ক্ৰু সদস্যই মিলি জনপ্ৰিয় অভিনেতাৰ চনু চুডৰ জন্মদিন উদযাপন কৰে ৷ এই উদযাপনৰ দৃশ্য দেখিবলৈ দ্য কপিল শৰ্মা শ্ব'ৰ চনু চুড বিশেষ খণ্ডত ৷

লগতে পঢ়কঃ3 লাখ নিবনুৱাক সংস্থাপন দিব চনু চুডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.