ETV Bharat / sitara

বৰ্তমান কিহত ব্যস্ত ৰাণু মণ্ডল?

author img

By

Published : Jun 10, 2020, 10:37 PM IST

দীৰ্ঘদিন ধৰি অন্তৰ্ধান হৈ থকা ৰাণু মণ্ডলৰ অৱশেষত সন্ধান পোৱা গ'ল ৷ মুম্বাইত নহয়,ৰাণু মণ্ডলে বাস কৰে এতিয়া নিজৰ পুৰণি ঠিকনা ৰাণাঘাটত ৷ জানিব পৰা মতে,ৰাণু মণ্ডলৰ হাতত আজিকালি নাই কোনো ধৰণৰ কাম,যাৰ বাবে মুম্বাই এৰিবলৈ বাধ্য হয় তেওঁ ৷

social media sensation ranu mondal suffering from starvation
বৰ্তমান কিহত ব্যস্ত ৰাণু মণ্ডল?

নিউজ ডেস্ক,10 জুনঃ ৰে'ল ষ্টেচনত লতা মংগেশকাৰৰ গীত গাই এৰাতিৰ ভিতৰতে সমগ্ৰ দেশতে জনপ্ৰিয়তা লাভ কৰিছিল ৰাণু মণ্ডলে ৷ সমগ্ৰ দেশতে চৰ্চিত হৈ পৰিছিল ৰাণু মণ্ডল ৷ ষ্টেচনৰ পৰা গৈ মুম্বাই পালেগৈ তেওঁ ৷ মুম্বাইত ভৰি দিয়াৰ পিছতে এটা-দুটা কাম কৰাৰ অন্তত সন্ধান নাছিল ৰাণু মণ্ডলৰ ৷

ৰাণু মণ্ডল ক'ত আছে আৰু কেনে আছে ? মনত প্ৰশ্ন উত্থাপন হৈছিল সকলোৰে ৷ দীৰ্ঘদিন ধৰি অন্তৰ্ধান হৈ থকা ৰাণু মণ্ডলৰ অৱশেষত সন্ধান পোৱা গ'ল ৷ মুম্বাইত নহয়,ৰাণু মণ্ডলে বাস কৰে এতিয়া নিজৰ পুৰণি ঠিকনা ৰাণাঘাটত ৷ জানিব পৰা মতে,ৰাণু মণ্ডলৰ হাতত আজিকালি নাই কোনো ধৰণৰ কাম,যাৰ বাবে মুম্বাই এৰিবলৈ বাধ্য হয় তেওঁ ৷ বৰ্তমানে পুৰণি ঘৰটোতে অনিদ্ৰা আৰু অনাহাৰে জীৱন পাৰ কৰিব লগা হৈছে ৰাণু মণ্ডলে ৷

উল্লেখযোগ্য যে,ৰাণু মণ্ডলে বলিউদৰ জনপ্ৰিয় সংগীত পৰিচালক তথা কণ্ঠশিল্পী হিমেশ ৰেশমিয়াৰ সৈতে দুটাকৈ গীতো বাণীবদ্ধ কৰিছিল ৷

লগতে পঢ়কঃ যুদ্ধকালীন তৎপৰতাৰে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছো- পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.