ETV Bharat / sitara

অৱশেষত ঘৰলৈ যাবলৈ অনুমতি পালে কনিকা কাপুৰে - ক'ভিড-19ৰ দুটাকৈ ৰিৰ্পোট নিগেটিভ কনিকা কাপুৰৰ

ক'ভিড-19ৰ দুটাকৈ ৰিৰ্পট নিগেটিভ অহাত অৱশেষত হাস্পতালৰ পৰা অব্যাহতি পালে জনপ্ৰিয় কন্ঠশিল্পী কনিকা কাপুৰে ৷

singer kanika kapoor discharged from hospital
অৱশেষত ঘৰলৈ যাবলৈ অনুমতি পালে কনিকা কাপুৰে
author img

By

Published : Apr 6, 2020, 7:53 PM IST

চিটাৰা ডেস্ক,6 এপ্ৰিলঃ বলীউডৰ জনপ্ৰিয় নেপথ্য কন্ঠশিল্পী কনিকা কাপুৰ বিগত দিনকেইটাত যথষ্ট চৰ্চাৰ মাজত আছিল ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বাবে বহুকেইটা পৰীক্ষণ কৰাৰ লগতে হাস্পতালত আইচ'লেচনৰ মাজত থাকিব লগা হৈছিল ৷ সোমবাৰে COVID-19ৰ দুটাকৈ ৰিৰ্পট নিগেটিভ অহাত পি.জি.আই হাস্পতালৰ পৰা অব্যাহতিৰ অনুমতি লাভ কৰে কন্ঠশিল্পীগৰাকীয়ে ৷ অৱশ্যে যদিও ঘৰ যাবলৈ অনুমতি প্ৰদান কৰা হ'ল ঘৰতো পুনৰ 14 দিনৰ কোৱাৰেন্টাইনত থাকিব লাগিব কন্ঠশিল্পীগৰাকী ৷ অৰ্থাৎ এই সময়ছোৱাত তেওঁ ঘৰত থাকিলেও কাৰোৰে সংস্পৰ্শলৈ আহিব নোৱাৰিব ৷

উল্লেখ্য যে, 9 মাৰ্চত লণ্ডনৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল কনিকা কাপুৰ ৷ 20 মাৰ্চত পোহৰলৈ আহিছিল তেওঁ কৰ'ণা পজিটিভ হোৱাৰ তথ্য ৷

লগতে পঢ়কঃকৰ'ণা ভাইৰাছেৰে যুঁজিবলৈ সহায়ৰ হাত অৰ্জুন কাপুৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.