ETV Bharat / sitara

কৰ'ণাত আক্ৰান্ত অভিনেতা সিদ্ধান্ত চতুৰ্বেদী

author img

By

Published : Mar 14, 2021, 2:17 PM IST

'গলি বয়' তাৰকা সিদ্ধন্ত চতুৰ্বেদী কৰ'ণাত আক্ৰান্ত । অভিনেতাজনে শনিবাৰে নিশা ছচিয়েল মিডিয়াযোগে অনুৰাগীসকলক অভিনেতা গৰাকীৰ দেহত ধৰা পৰা ভাইৰাছৰ অৱস্থিতি সম্পৰ্কে অৱগত কৰে খোদ অভিনেতাগৰাকীয়ে । আক্ৰান্ত হোৱাৰ পিছত অভিনেতা গৰাকী নিজৰ ঘৰতে কোৱাৰেন্টাইন হৈ আছে ।

কৰ'ণাত আক্ৰান্ত অভিনেতা সিদ্ধান্ত চতুৰ্বেদী
কৰ'ণাত আক্ৰান্ত অভিনেতা সিদ্ধান্ত চতুৰ্বেদী

চিটাৰা ডেস্ক, ১৪ মাৰ্চ: কৰ'ণাত আক্ৰান্ত হৈছে বলীউডৰ অভিনেতা সিদ্ধান্ত চতুৰ্বেদী । আক্ৰান্ত হোৱাৰ পিছত অভিনেতাগৰাকী নিজৰ ঘৰতে কোৱাৰেন্টাইন হৈ আছে । শনিবাৰে নিশা ছচিয়েল মিডিয়াযোগে অনুৰাগীসকলক অভিনেতাগৰাকীৰ দেহত ধৰা পৰা ভাইৰাছৰ অৱস্থিতি সম্পৰ্কে অৱগত কৰে খোদ অভিনেতা গৰাকীয়ে ।

ছচিয়েল মিডিয়াযোগে ভাইৰাছৰ অৱস্থিতি সম্পৰ্কে অৱগত

২৭ বছৰীয়া 'গলি বয়'ত অভিনয় কৰা সিদ্ধান্ত চতুৰ্বেদীয়ে যোৱা মাহত কেটৰিনা কাঈফ আৰু ঈশান খট্টৰ অভিনীত উদয়পুৰত 'হ'ৰৰ-কমেডী ভূত আৰক্ষী'ৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰি নিজ ঘৰলৈ উভতি আহিছিল । চতুৰ্বেদীক পৰৱৰ্তী সময়ত ছবি নিৰ্মাতা শকুন বাত্ৰাৰ 'আনটাইটেল্ড প্ৰকল্প আৰু বান্টি অৰ বাবলীৰ ছিকুৱেল'ত দেখা পোৱা যাব ।

উল্লেখযোগ্য যে, শনিবাৰে মুম্বাইত ১,৭০৯ টা নতুনকৈ COVID-১৯ ত আক্ৰান্ত হৈছে । ৰাজ্যিক স্বাস্থ্য বিভাগৰ মতে, মুম্বাইত COVID-১৯ সংখ্যা ৩,৪১,৯৯৯ লৈ বৃদ্ধি পাইছে । আনহাতে পাঁচজন নিহত হোৱাত ১১,৫২৮ জনলৈ নিহতৰ সংখ্যা বৃদ্ধি পাইছে ।

লগতে পঢ়ক:ক'ভিড-১৯ত আক্ৰান্ত অভিনেতা মনোজ বাজপেয়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.